News-18 Assam

News-18  Assam Growing National Media News Our aim to project the actual facts infront of viewers. Time24x7 is a 24-hour Indian web portal.

অযোধ্যাৰ ৰামনগৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ আজি প্ৰথম বৰ্ষপুৰ্তি।
22/01/2025

অযোধ্যাৰ ৰামনগৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ আজি প্ৰথম বৰ্ষপুৰ্তি।

গো-হ*ত্যা*ৰ আপত্তিজনক ভিডিঅ’ ক্লিপ ইনষ্টাগ্ৰামত আপলোড কৰি গ্ৰেপ্তাৰ ৬ যুৱক।গুৱাহাটী মহানগৰ আৰক্ষীয়ে কামৰূপ আৰক্ষীৰ সহযো...
22/01/2025

গো-হ*ত্যা*ৰ আপত্তিজনক ভিডিঅ’ ক্লিপ ইনষ্টাগ্ৰামত আপলোড কৰি গ্ৰেপ্তাৰ ৬ যুৱক।গুৱাহাটী মহানগৰ আৰক্ষীয়ে কামৰূপ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হৈছে-
সাহিল খান, হাফিজুৰ ইছলাম, ৰকিবুল হুছেইন, চাহিদুল ইছলাম, ইজাজ খান, জাহিদুল ইছলাম, বয়স- ২৪ বছৰ, পিতৃ- কদম আলী। এই সন্দৰ্ভত হাতীগাঁও থানাত ১০/২৫ U/S ১৩(১) অসম গৰু সংৰক্ষণ আইন.২০২১ Sec. বিএনএছৰ ২৯৯/১৯৬(১) অনুসৰি গোচৰ পঞ্জীয়ন কৰা হৈছে।

লণ্ডনত চাকৰি পালে বেৰিষ্টাৰ ইলিয়াছ আনছাৰীয়ে।২৩ জানুৱাৰীত পেৰালিগেল অফিচাৰ হিচাপে যোগ দিব ইলিয়াছ আনছাৰীয়ে।বৰ্ষিক বেতন হ...
20/01/2025

লণ্ডনত চাকৰি পালে বেৰিষ্টাৰ ইলিয়াছ আনছাৰীয়ে।

২৩ জানুৱাৰীত পেৰালিগেল অফিচাৰ হিচাপে যোগ দিব ইলিয়াছ আনছাৰীয়ে।

বৰ্ষিক বেতন হিচাপে লাভ কৰিব £৩৬,০০০ পাউণ্ড ভাৰতীয় মূদ্ৰা হিচাপে প্ৰায় ৩৭ লাখ টকা।

▶️উজনিৰ বহু স্থানত শিল বৰষুণ। আপোনাৰ অঞ্চলতো ধুমুহা-বৰষুণ হৈছে নেকি?
07/01/2025

▶️উজনিৰ বহু স্থানত শিল বৰষুণ। আপোনাৰ অঞ্চলতো ধুমুহা-বৰষুণ হৈছে নেকি?

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ  মন্ত্ৰী শ্ৰী Pijush Hazarika ডাঙৰীয়াই কাইলৈ জোনাইত কেৰকেৰ পৰা বৰঙলৈ ৪১ কোটি টকা ব‍্যয় সাপেক্...
07/01/2025

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী শ্ৰী Pijush Hazarika ডাঙৰীয়াই কাইলৈ জোনাইত কেৰকেৰ পৰা বৰঙলৈ ৪১ কোটি টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ১৫ কিঃ মিঃ দৈৰ্ঘ‍্যৰ নতুন মথাউৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব।

আজি এই উপলক্ষে ধেমাজি জিলালৈ অহা সতীৰ্থ মন্ত্ৰীগৰাকীক আদৰণি জনাই মন্ত্ৰী Ranoj Pegu ডাঙৰীয়াই নতুন মথাউৰিটোৰ বাবে ধন‍্যবাদ জ্ঞাপন কৰে।

আজি বিশিষ্ট অভিনেতা আদিল হুছেইনৰ জন্ম দিন
05/10/2024

আজি বিশিষ্ট অভিনেতা আদিল হুছেইনৰ জন্ম দিন

02/09/2024

আজি বৰপেটা পৰা ২৮ জন ব্যক্তিক ডিটেঞ্চন
কেম্পলৈ প্ৰেৰণ কৰা হয়l






01/09/2024

18/08/2024

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

15/08/2024

Happy Independence day

Happy Independence Day!Here are some photos of our favourite celebs with our national flag. 🧡🤍💚
15/08/2024

Happy Independence Day!

Here are some photos of our favourite celebs with our national flag. 🧡🤍💚



মহানগৰীৰ খানাপাৰাত নিশা বিধ্বংসী অগ্নিকাণ্ড। দপদপাই জ্বলি উঠিল এখন মালবাহী ট্ৰাক। যোৰাবাটৰ পৰা মহানগৰী অভিমুখে আহিছিল ট্...
10/12/2023

মহানগৰীৰ খানাপাৰাত নিশা বিধ্বংসী অগ্নিকাণ্ড। দপদপাই জ্বলি উঠিল এখন মালবাহী ট্ৰাক। যোৰাবাটৰ পৰা মহানগৰী অভিমুখে আহিছিল ট্ৰাকখন। যান্ত্ৰিক বিজুতিৰ ফলত ট্ৰাকখন জ্বলাৰ সন্দেহ। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ট্ৰাকখন। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই। দুঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে বহু বাহন।

Address

Katahbari, Garchuk
Guwahati
781035

Telephone

+917002933463

Website

Alerts

Be the first to know and let us send you an email when News-18 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News-18 Assam:

Share