Study Assam

Study Assam Entertainment and Information.Promote your music videos,Blogs,Website,Birthday wishes,Business here!

26/08/2026

নেপালৰ ৰাসুৱা জিলাৰ আজি ২৬-০৮-২০২৬ বুধবাৰে পুৱাৰ এক ভয়ংকৰ বানপানীৰ দৃশ্য৷

26/08/2026

অসমীয়া সাহিত্যৰ বৰেণ্য স্ৰষ্টা পাৰ্বতী প্ৰসাদ বৰুৱাৰ দ্বাৰা ৰচিত বিখ্যাত "লুইতৰ চাপৰিত" গীতটি জুবিনদাৰ কন্ঠত শুনকঃ

“লুইতৰ চাপৰিত ক'ৰে নাৱৰীয়া
বালিত ভাতে ৰান্ধি খায়,
সাউদৰ ডিঙৰা বগা পালে তৰা
উজনি দেশলৈ যায়।
হেৰ' নাৱৰীয়া মেলি দে ডিঙৰা তৰি
দে শুকুলা পাল,
পশ্চিমৰ দিশৰে পছোৱা আহিছে
ব'তাহ বলিছে ভাল।"


25/08/2026

জুবিনদাৰ কন্ঠত শুনক গুৱাহাটীক লৈ লিখা এই গীতটি


22/08/2026

পৰিস্থিতি শান্ত কৰাৰ বাবে অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী স্নিয়াৱভালেং ধৰৰ নেতৃত্বত গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত নিম্নলিখিত সিদ্ধান্তসমূহ লোৱা হয়:

যুটীয়া জিলা কমিটি: যিকোনো স্থানীয় সংঘাত তৎকালিনভাৱে সমাধান কৰিবলৈ কামৰূপ মহানগৰ (অসম) আৰু ৰি-ভয়/নংপোহ (মেঘালয়) জিলাৰ উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক লৈ এখন বিশেষ টাস্ক ফৰ্চ গঠন কৰা হ'ব।
পৰিবহণ নিয়ন্ত্ৰণ: পৰ্যটকৰ বাহনসমূহৰ নিৰাপদ আৰু বাধাহীন যাতায়াত নিশ্চিত কৰিবলৈ দুয়োখন ৰাজ্যৰ পৰিবহণ সচিব আৰু টেক্সি সন্থাৰ প্ৰতিনিধিক লৈ এখন যুটীয়া সমিতি গঠন কৰা হ'ব।
আইনী ব্যৱস্থা: শ্বিলঙৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ১৫ টা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। চিচিটিভি ফুটেজ আৰু ড্ৰোনৰ সহায়ত দোষীক কৰায়ত্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।নিৰাপত্তাৰ প্ৰতিশ্ৰুতি: মেঘালয় চৰকাৰে বহিৰাগত পৰ্যটক আৰু যাত্ৰীসকলক সম্পূৰ্ণ নিৰাপত্তা দিয়াৰ আশ্বাস দিছে। প্ৰশাসনৰ এই প্ৰতিশ্ৰুতিৰ পিছতে যোৰাবাট আৰু অন্যান্য সীমান্তত প্ৰতিবাদকাৰীসকলে অৱৰোধ প্ৰত্যাহাৰ কৰিছে।

মেঘালয় চৰকাৰে শ্বিলঙত ১৯ আগষ্টৰ হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত হোৱা অসম নম্বৰপ্লেটযুক্ত বাহনসমূহক সম্পূৰ্ণ ক্ষতিপূৰ্ণ দিয়াৰ...
22/08/2026

মেঘালয় চৰকাৰে শ্বিলঙত ১৯ আগষ্টৰ হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত হোৱা অসম নম্বৰপ্লেটযুক্ত বাহনসমূহক সম্পূৰ্ণ ক্ষতিপূৰ্ণ দিয়াৰ আশ্বাস দিছে।

চৰকাৰে লগতে ঘোষণা কৰিছে যে এই আক্ৰমণত আহত হোৱা লোকসকলৰ চিকিৎসাৰ সকলো খৰচ তেওঁলোকে বহন কৰিব।

Meghalaya Government To Compensate Damaged Assam Vehicles.

22/08/2026

শ্বিলঙত CRPF আৰু RAF ৰ Flag March.

Visuals from Shillong where CRPF and RAF are currently conducting a flag march.

20/08/2026

KSU ৰ লিডাৰ তিনিজনক arrest কৰি ১৪ দিনৰ Judicial Custody ত লৈছে মেঘালয় চৰকাৰে৷

Police arrested three top leaders of KSU: President Raymond Kharjana, Vice-President Pynkmenlang Sanmiet, and General Secretary Reuben Najiar.

20/08/2026

খাচী ষ্টুডেন্টচ ইউনিয়ন (Khasi Students' Union - KSU) প্ৰতিবাদৰ সময়ত অসমৰ পৰ্যটকৰ গাড়ী লণ্ডভণ্ড কৰিলে শ্বিলঙত৷

Address

Guwahati
781005

Telephone

+917002856858

Website

Alerts

Be the first to know and let us send you an email when Study Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share