zeebarta assam

zeebarta assam we are provide any events zeebarta assam Program Live Telecast, thought Facebook & YouTube Live,

11/10/2025

📌জুবিনদাৰ সমাধিস্থলত মানুহৰ ভীৰ

11/10/2025

📌ছিংগাপুৰত থকা প্ৰবাসী ভাৰতীয়সকললৈ চমন জাৰি কৰা হৈছে৷
📌ভিডিঅ' কনফাৰেন্সত নহয়, তেওঁলোকে সোঁশৰীৰে আহি তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিব লাগিব৷
📌জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা৷

10/10/2025

‘যেতিয়া অসমত লোকপিয়ল হ’ব তেতিয়া মিঞা মুছলমানৰ সংখ্যা হ’ব ৩৮%। সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ’ব’, হিমন্ত বিশ্ব শৰ্মা

10/10/2025

📌ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। চেক বিতৰণ কৰি কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে?

09/10/2025

📌 ন্যায়ৰ বাবে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰে পাব লাগে, আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

09/10/2025

📌ধেমাজিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৩৮ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে |

08/10/2025

📌শ্যামকানু-সিদ্ধাৰ্থক EDৰ জেৰা
📌গ্ৰেপ্তাৰ হ’ল DSP সন্দীপন গাৰ্গ
📌‘ৰৈ ৰৈ বিনালে’ৰ পৰা আঁতৰিল ৩ অভিযুক্ত
📌বহু গুৰুত্বপূৰ্ণ খবৰেৰে

07/10/2025

📌"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই"
📌"জুবিন গাৰ্গৰ মৃত্যুৰ এটা উচিত তদন্ত কৰক"
📌"জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে সেইয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল উদ্দেশ্য"

07/10/2025

📌৩৮ লক্ষাধিক মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন। অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খানাপাৰাৰ পৰা LIVE

06/10/2025

📌জুবিন গাৰ্গৰ হ*ত্যাৰ তদন্ত সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ Live

06/10/2025

📌কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল
📌বহু গুৰুত্বপূৰ্ণ খবৰেৰে AFTERNOON UPDATES

05/10/2025

বিজয়া দশমীর স্বর্ণালী সন্ধ্যায় ঐতিহ্যের ব্যানার্জী পরিবারের অতিথি শিল্পী Jolly Mukherjee

Address

Zoo Road
Guwahati
708124

Telephone

+919101275547

Website

Alerts

Be the first to know and let us send you an email when zeebarta assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to zeebarta assam:

Share