Buddha Bikash Official

Buddha Bikash Official Pratah Time News

22/01/2022
21/01/2022
21/01/2022
20/01/2022
20/01/2022
20/01/2022

যোৱাকালিৰ পৰা আমি প্ৰাতঃটাইমৰ তৰফৰ পৰা পঞ্চায়তে পঞ্চায়তে নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিছিলো ,,,, য'ত দেখুওৱা হৈছিল পঞ্চায়ত সভাপতিৰ দুৰ্নীতি সমূহ ,,,,,, যোৱাকালি মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ জন্মস্থলী দখলাত পঞ্চায়ত দুৰ্নীতিৰ সন্দৰ্ভত ৪ টাকৈ বাতৰি সংগ্ৰহ কৰা হৈছিল ,,,,,,,
আজি পুনৰ আমি পঞ্চায়ত দুৰ্নীতি সমূহ উচ্চেদ কৰিবৰ বাবে সাতপখলীত আৰম্ভ কৰিব ওলাইছো পঞ্চায়তে পঞ্চায়তে নামৰ অনুষ্ঠানটো,,,,,,

19/01/2022
19/01/2022
19/01/2022
19/01/2022

Address

BijoyNagar
Guwahati

Alerts

Be the first to know and let us send you an email when Buddha Bikash Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Buddha Bikash Official:

Share

Category