22/09/2025
মৌলানা বদৰুদ্দিন আজমল চাহাবে বনাবো জুবিন শিক্ষা ভৱন।
জুৱিন দা’ৰ নামত আজমলে বনাব শৈক্ষিক ভৱন৷ নতুনকৈ নিৰ্মিত হবলগীয়া ভৱনটো জুবিনদাৰ নামত উৎসৰ্গা কৰিব মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলে৷ আজি এক সংবাদমেলত এই কথা সদৰি কৰে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামে৷