TIMES24 NATIONAL

TIMES24 NATIONAL Follow Now

23/09/2025

জুবিনৰ আন এজন অনুৰাগীৰ মৃত্যু মকবুল হুছেইন নামৰ অনুৰাগী।
যোৱা কালিও সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিষাদ ভৰা মনেৰে ঘৰলৈ উভতিছিল মকবুল হুছেইন। ৰাতি হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় জুবিনৰ শোকসন্তপ্ত অনুৰাগী মকবুলৰ।



゚viralシfypシ゚viralシ

12/09/2025

ঢেকিয়াজুলিৰ ৫ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷
আবাসিক অঞ্চলত আছিল এটা বস্তাৰ গুডাম ৷
ঘৰবোৰ এনেকৈ সাজিছে, যে বিপদৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সোমোৱাব নোৱাৰি পাইপ যোৰা দি দি পানী মাৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ’ল ৷






28/08/2025

অন্ধ আহেদ আলিয়ে ব্ৰহ্মপুত্ৰ নদীৰ গৰখীয়াক লৈ সুমধুৰ কণ্ঠৰে এটি গীত গাই ভাইৰাল হৈ পৰিছে। ভাল লাগিলে শ্বেয়াৰ এটা কৰি অন্ধ ব্যক্তিজনৰ উৎসাহিত কৰিব।

28/08/2025

Who is Miya ? ভিডিওটোত হিন্দী ভাষাত মিঞাৰ বিষয়ে চমুকৈ বিৱৰণ দিবলৈ প্ৰয়াস কৰিছে। ভিডিওটো সকলয়ে চাব, আৰু শ্বেয়াৰ কৰিব।

02/08/2025

বাংলাদেশত নগাৱৰ মাহগুৰিৰ বৃদ্ধগৰাকীৰ এটা ভিডিঅ ভাইৰাল হৈ পৰিছে।

02/08/2025

📌গোৱালপাৰাৰ পাইকানৰ উচ্ছেদিত ৰাইজৰ কাষত বৰপেটা জিলা জমিয়ত ওলামাৰ দল, উচ্ছেদিত ৰাইজৰ মাজলৈ খাদ্য সামগ্রী বিতৰণ ।

02/08/2025

📌"আমাক বন্দুক নালাগে, শুকাই কৰ্কৰিয়া মাৰা খেতি পথাৰ বচাবলৈ জলসিঞ্চনৰ ব্যৱস্থা লাগে।
📌ঘৰে ঘৰে চাকৰি লাগে।
📌বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত বিজেপি চৰকাৰে কৰা সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আজি নগাঁৱত ৰাইজৰ প্ৰতিবাদ।

03/07/2025

আগন্তুক দিনত TIMES24 ৰ লক্ষ্য আৰু উদেশ্য আপোনালোকলৈ আগবঢ়ালো।

13/03/2025

📌এজাহাৰকাৰীয়ে স্পষ্টকে কৈ গল অন কেমেৰাৰ আগত।
📌USTM সফল নে বিফল বিচাৰ কৰিব ৰাইজে !
📌USTMৰ আচাৰ্যৰ বিৰুদ্ধে এজাহাৰ! কোন সচা, কোন মিছা ?
📌USTM ৰ লগত ঢেকীয়াজুলি থানাৰ সম্পর্ক কি ?
📌USTM ৰ আচাৰ্য মাহবুবুল হকৰ বিৰুদ্ধে কেনে ধৰণৰ ষড়যন্ত্ৰ চলিছে সেইয়া জানিবলৈ ৰ এই প্ৰতিবেদন চাওঁক !


21/02/2025

📌কণমানি শিশুৰ কণ্ঠ শুনি আপোনাৰো হৃদয় সলনি হব চেকেণ্ডত।
📌আপোনি জীৱনত ইছলামিক গজল বহুত শুনিছে
📌আজি আমি এনেকুৱা এটা গজল আপোনালোকক শুনাবলৈ গৈ আছোঁ যি গজল শুনি আপোনাৰ মন প্ৰাণ চিঞৰি উঠিব আৰু কব মাছআল্লা মাছআল্লা বুলি।


Address

Guwahati
781038

Alerts

Be the first to know and let us send you an email when TIMES24 NATIONAL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share