Himangshu Pathak সাহিত্য চৰ্চা

Himangshu Pathak সাহিত্য চৰ্চা সাহিত্য চৰ্চাৰ ভড়াল

04/11/2025

 ゚viralシviralシfypシ゚viralシalシ  #3
03/11/2025

゚viralシviralシfypシ゚viralシalシ #3

03/11/2025

বিদায় মুৰুলীকণ্ঠ বিদায়। দীপকদাৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰিলো।

প্ৰভাত শৰ্মা আৰু দীপক শৰ্মা। দুয়োজনেই বাঁ‌হীক অসমৰ হৈ দেশ-বিদেশত প্ৰতিনিধিত্ব কৰিলে। ৰাইজে মৰমো দিছে হিয়াভৰি। মই চেলিব্ৰটিৰ সৈতে ফটো উঠিব দ্বিধাবোধ কৰোঁ। সেয়ে মোৰ কোনো ফটো নাই।

Shout out to my newest followers! Excited to have you onboard! Kanchankalita Dhunu, Sidananda Sarma, Satya Barman, Bijay...
01/11/2025

Shout out to my newest followers! Excited to have you onboard! Kanchankalita Dhunu, Sidananda Sarma, Satya Barman, Bijay Bechra

পোহৰে আন্ধাৰক পোৰা ক্ষণৰসাক্ষী ছায়াকিমান মায়াক পোৰা ক্ষণৰসাক্ষী মোৰ বুকুত হেঁ‌চা মাৰি থোৱা ব্যথাৰকাহিনীৰ ছায়াযলৈকে যাওঁ ...
01/11/2025

পোহৰে আন্ধাৰক পোৰা ক্ষণৰ
সাক্ষী ছায়া
কিমান মায়াক পোৰা ক্ষণৰ
সাক্ষী মোৰ
বুকুত হেঁ‌চা মাৰি থোৱা ব্যথাৰ
কাহিনীৰ ছায়া
যলৈকে যাওঁ জ্বলি থাকিব
মমৰ দৰে

31/10/2025

29/10/2025

゚viralシviralシfypシ゚viralシalシ

কবি কমল কুমাৰ জৈনৰ সৈতে নলবাৰী চহৰত আজি সন্ধিয়া। ゚viralシviralシfypシ゚viralシalシ
29/10/2025

কবি কমল কুমাৰ জৈনৰ সৈতে নলবাৰী চহৰত আজি সন্ধিয়া।

゚viralシviralシfypシ゚viralシalシ

29/10/2025

নিশা ১২ মান বাজিছে। হঠাৎ এজন মদাহীৰ অশ্লীল শব্দৰ সংলাপ আৰু ক্ষণিক বিৰতিৰ পৰত "জয় জুবিন দা" বুলি চিঞৰে।

আজি
26/10/2025

আজি

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Himangshu Pathak সাহিত্য চৰ্চা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share