Barta 365 Digital

Barta 365 Digital খবৰ নহয়, সত্যৰ প্ৰতিশ্ৰুতি

10/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৮তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পশ্চিম বড়িগোগত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত।।

17/06/2026

📌চেলুন ব্যৱসায়ৰে পৰিয়াল পোহপাল দিয়া এজন যুৱকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ||

📌বৃক্কৰ ৰোগত আক্ৰান্ত বজালীৰ ভোগপুৰ গাঁৱৰ দিপাংকৰ বৰ্মণ নামৰ যুৱকজন ||

📌পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীৰ এনে অৱস্থাত দিশহাৰা হৈ পৰিছে পৰিয়ালটো ||

📌দুয়োটা বৃক্ক বিকল হোৱাৰ বাবে যুৱক জনৰ দেহত নতুনকৈ সংৰোপন কৰিব লাগিব বৃক্ক ||

📌বৃক্ক সংৰোপণৰ বাবে যুৱকজনক প্ৰয়োজন হ'ব বৃহৎ ধনৰাশিৰ ||

📌যাৰ বাবে পৰিয়ালটোৱে আৰ্থিক সাহায্য বিচাৰিছে মুখ্যমন্ত্ৰীৰ লগতে সুহৃদ জনৰ ||

📌পাঞ্জাব নেচনেল বেংকৰ A/c- 3109000100218320, IFSC- PUNB0310900 আৰু
G-Pay- 881196466 নম্বৰত সহায় বিচাৰিছে ৰাইজৰ ||

10/06/2026

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ কোনো মূল নাই বিজেপিৰ!
উন্নয়নৰ বিৰুদ্ধে নহয়,উন্নয়নৰ নামত খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ কাঢ়িব বিচৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কুংকি চৌধুৰীৰ!


Barta 365 NE

🚨 নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ খলনায়ক ৰোজ আলী নি/হ/ত।।👉 মুকালমুৱাত গ্ৰেপ্তাৰ কৰাৰ পিছত ব্যৱহাৰ কৰা অস্ত্ৰ দেখুৱাবলৈ লৈ গৈছিল...
01/06/2026

🚨 নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ খলনায়ক ৰোজ আলী নি/হ/ত।।
👉 মুকালমুৱাত গ্ৰেপ্তাৰ কৰাৰ পিছত ব্যৱহাৰ কৰা অস্ত্ৰ দেখুৱাবলৈ লৈ গৈছিল ৰোজে।।
👉 আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে।।
👉 লগে লগে মৃ/ত্যুমুখত পৰে লাভ জেহাদৰ খলনায়ক।।

📌আজি সন্ধিয়া ৬ বজাত মুকলি হ’ব গুৱাহাটীৰ লালগণেশ উৰণ সেতু। 📌মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উৰণ সেতুখন।📌 ড০ শ্যামাপ্ৰসাদ মুখাৰ্...
22/05/2026

📌আজি সন্ধিয়া ৬ বজাত মুকলি হ’ব গুৱাহাটীৰ লালগণেশ উৰণ সেতু।
📌মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উৰণ সেতুখন।
📌 ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে সেতুখনৰ নামকৰণ।

22/05/2026

📌কেৱল সামাজিক মাধ্যমতে Cockroach Janta Party ৰ ধুমুহা নহয় ।
📌এইবাৰ ৰাজপথত ওলাই আহিল

22/05/2026

ই-ৰিক্সাৰ উঠোঁতে সাৱধান হওঁক।

আজি মুকলি হ'ব গুৱাহাটী লালগণেশৰ নৱনিৰ্মিত উৰণ সেতু
22/05/2026

আজি মুকলি হ'ব গুৱাহাটী লালগণেশৰ নৱনিৰ্মিত উৰণ সেতু

20/05/2026

📌নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গ তথা জুবিন ক্ষেত্ৰক লৈ কিছু লোকে যি ৰাজনীতি কৰিলে, সেয়া দুৰ্ভাগ্যজনক৷
📌জুবিন গাৰ্গ কেতিয়াও ৰাজনীতিৰ বিষয় নহয়, তেওঁক লৈ ৰাজনীতি কৰিলে ৰাইজে বেয়া পায়৷
📌ৰাজনীতি কৰাসকলক তাৰ প্ৰমাণো ৰাইজে ইতিমধ্যে দিছে৷
📌আমাৰ কাৰণে জুবিন গাৰ্গ অতীততো আছিল, বর্তমানো আছে, ভৱিষ্যতেও থাকিব : মুখ্যমন্ত্রী
📌জুবিনৰ ফটো লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কার্য সকলোৱে ভাল নাপায়' সেই বাবেই বিজেপিয়ে ২০ শতাংশ ভোট বেছিকৈ পাইছে।
📌জুবিনক লৈ প্ৰচাৰ নচলোৱা সিদ্ধান্ত শুদ্ধ সিদ্ধান্ত আছিল 'সময়ে তাৰ প্রমাণ দিলে

📌ইটালী ভ্ৰমণত প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছুমান মুহূৰ্ত।
20/05/2026

📌ইটালী ভ্ৰমণত প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছুমান মুহূৰ্ত।

Address

SANTIPUR Hillside PNGB Road Nizaramukh Path
Guwahati
781009

Alerts

Be the first to know and let us send you an email when Barta 365 Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share