26/07/2025
📌মানকাচৰত ফেকামাৰীত ৮ জনকৈ বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে।
📌লগতে আৰু দুজন নাগৰিক ভাৰতীয় দালাল চক্ৰ
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীত বাংলাদেশী কেইজনক আটক কৰিছে ।
📌মানকাচৰৰ পৰা মণিৰুল ইছলামৰ ৰিপৰ্ট
#2025