Reporter NE

Reporter NE Exploring Truth, Exposing Lies. https://youtube.com/?si=S9vEUfrDH0ciGuc8
(2)

03/09/2025

BTRৰ 'থুৰিবাৰী সমষ্টি'ৰ জনপ্ৰতিনিধি হিচাপে এইবাৰ আপুনি কোনজন প্ৰাৰ্থীক বিচাৰে --?
02/09/2025

BTRৰ 'থুৰিবাৰী সমষ্টি'ৰ জনপ্ৰতিনিধি হিচাপে এইবাৰ আপুনি কোনজন প্ৰাৰ্থীক বিচাৰে --?

02/09/2025

জম্মুৰ এই দৃশ্য। নিমিষতে খহি পৰিল এখন পাহাৰ।

02/09/2025

গুৱাহাটীত VVIPৰাজ। পথৰ মাজতে কেনেকৈ বাহন ৰাখিছে চাওঁক। উভতি ধৰিছে AJYCPৰ গুৱাহাটী মহানগৰ সমিতিয়ে।

02/09/2025

এইবাৰ BTC ত নিৰ্বাচন খেলিব শুকুৰ আলীয়ে

02/09/2025

'হাগ্ৰামাই হেলিকপ্টাৰৰ ভাড়া দিব পাৰিবনে নাই সন্দেহত আছে! পইচা নোহোৱা নেতাই কি ৰাইজৰ সেৱা কৰিব?'

02/09/2025

সিও বোলে তাহতঁৰ চৰকাৰ, ইয়ো বোলে আমাৰ চৰকাৰ । পিছে ৰাইজে কব কাৰ হব চৰকাৰ । মেজিক নম্বৰ অতিক্ৰম কৰি চৰকাৰ গঠন কৰিব বুলি দাবী এইবাৰ প্ৰমোদ বড়োৰ ।

02/09/2025

ৰাইজৰ পদুলিয়ে পদুলিয়ে বিধায়ক অখিল গগৈ | জাতীয় জাগৰণ যাত্ৰাক ৰাইজে জনাইছে উষ্ম আদৰণি | ৰাইজৰ মাজত দিনক দিনে অখিল হৈ পৰিছে নয়নৰ মণি

02/09/2025

মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দেখুওৱালে মৌলানা মেহমুদ মাদানীক । 'বেছি কৰিলে মাদানিক জে'লত ভৰাই দিম । বিজেপিৰ দিনত মাদানী-ফাদানীৰ কোনো বাহাদুৰি নচলিব'।
'
'
'
'
'
'
'

Address

Hengrabari, Guwahati-36
Gauhati
781036

Alerts

Be the first to know and let us send you an email when Reporter NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share