24 Live

24 Live Official handle of 24 Live. Follow for latest news alerts, features and analysis
(1)

অসম প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কমিটী ঘোষণাকংগ্ৰেছৰ ৩৫খন জিলা সমিতিত নতুন সভাপতি নিযুক্তি
06/07/2025

অসম প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কমিটী ঘোষণা
কংগ্ৰেছৰ ৩৫খন জিলা সমিতিত নতুন সভাপতি নিযুক্তি

06/07/2025

ডাউন টাউনৰ পৰা মুখ্যমন্ত্ৰীৰ LIVE

06/07/2025

দিনটোৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

06/07/2025

নলবাৰীৰ পৰা যোৱা ৬২ জনীয়া অমৰনাথ যাত্ৰীৰ যাত্ৰাৰ সফল সমাপ্তি

06/07/2025

১৫ জুলাইত সংখ্যালঘুৱে কঁপাব গুৱাহাটী।
উচ্ছেদ, পুশ্ববেক সকলো সামৰি হ'ব ব্যাপক গণ আন্দোলন।

06/07/2025

সুৰক্ষা আৰু নিৰাপত্তাৰ মান উন্নীত কৰিবলৈ পদক্ষেপ গ্ৰহণ চৰকাৰৰ

06/07/2025

বিলাসীপাৰাত এক্সন মুডত নামি পৰিছে প্ৰশাসন। উচ্ছেদিতৰ মাজত এতিয়া কান্দোনৰ ৰোল।

06/07/2025

আজি কিছু সময়ৰ পিছত ৰাইজৰ বাবে মুকলি হ’ব ৰুক্মিণীগাঁও উৰণসেতু
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণসেতু

06/07/2025

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ LIVE

06/07/2025

বিলাসীপাৰাত বুলড'জাৰে কঁপাইছে উচ্ছেদিতৰ বুকু
বিলাসীপাৰাত চলিছে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান

06/07/2025

দেশৰ ভিতৰত সৰ্বাধিক গোচৰ পঞ্জীয়ন থকা কুখ্যাত গাড়ী চুৰক গ্ৰেপ্তাৰ ডবকা আৰক্ষীৰ
বৰ্তমান লৈকে চৌহানে ৫ হাজাৰতকৈ অধিক গাড়ী চুৰি কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে

06/07/2025

ডবকাৰ নীলবাগানত নিজ মা**ৰ সৈতে সংঘটিত কৰিলে পুত্ৰই ভয়ংকৰ ঘটনা

Address

BEHARBARI CHARIALI NH37 ALAKESH BHAVAN GANESH MARKET 1ST FLOOR
Guwahati
781029

Alerts

Be the first to know and let us send you an email when 24 Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 24 Live:

Share