13/02/2024
কামৰূপ জিলা ও সত্ৰ ন্যায়ধীশৰ ঐতিহাসিক ৰায়দান।
# ১০ জনকৈ ব্যক্তিক একেলগে যাৱত জীৱন কাৰাদণ্ডৰে শাস্তি বিহিলে কামৰূপ জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে।
# ২০০৯ চনতে পলাশবাৰীৰ ৰাজাপাৰাত একেটা পৰিয়ালৰ বিষ্ণু ৰাভা আৰু পুৰষি ৰাভা নামৰ দুই স্বামী স্ত্ৰীক দায়নী সন্দেহত জীৱন্তুে কেৰাচিন ধালি হত্যা কৰা হৈছিল।
# ঘটনা সন্দৰ্ভত পলাশবাৰী থানাত ১৯৯/২০০৯ চনৰ গোচৰৰ অধীনত ৰুজু হৈছিল গোচৰ।
# আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ১০ জনকৈ ব্যক্তিক কৰিছিল গ্ৰেপ্তাৰ।
×7 #