15/10/2025
প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত অভিমন্যু তালুকদাৰৰ মন্তব্য
চিংগাপুৰ আৰক্ষীৰ আগত আমি কেইবাবাৰো ভাষ্য প্ৰদান কৰিব লগা হৈছিল।
আমাৰ ফোনৰ ৰেকৰ্ড সংগ্ৰহ কৰিছিল চিংগাপুৰ আৰক্ষীয়ে
প্ৰথম চমন জাৰী কৰোঁতে আমি চিংগাপুৰ আৰক্ষীৰ আগত সাক্ষ্য দি আছিলোঁ
তাৰ পিছত আমি অসমৰ তদন্তত সহযোগীতা কৰাৰ কথা জনাও
তাৰ পিছত চিংগাপুৰ আৰক্ষীৰ অনুমতি লৈ অসমলৈ আহিছোঁ।