Prajonmo প্ৰজন্ম

Prajonmo প্ৰজন্ম প্ৰজন্ম : এক বিশ্বাস, এক সপোন
A Believe || A Dream

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুস বিভাগৰ মাননীয় কেবিনেট মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন...
16/02/2023

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুস বিভাগৰ মাননীয় কেবিনেট মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ঐতিহাসিক শিৱসাগৰলৈ স্বাগতম জনাইছো।
প্ৰত্যেক বছৰৰ দৰে এইবছৰো ঐতিহাসিক শিৱসাগৰৰ শিৱদ'লত, ১৭ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰী লৈকে ৫ দিনিয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী পূজা আৰু মেলা। কাইলৈ অৰ্থাৎ ১৭ ফেব্ৰুৱাৰী শুক্ৰবাৰে, উদ্ধোধনী অনুষ্ঠানৰ উদ্বোধক হিচাপে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকিব।
Sarbananda Sonowal

  in Sivasagar.Hurry up & grab your seat!Contact No.: 8486211380
16/06/2022

in Sivasagar.
Hurry up & grab your seat!
Contact No.: 8486211380

Address

Guwahati
781001

Alerts

Be the first to know and let us send you an email when Prajonmo প্ৰজন্ম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prajonmo প্ৰজন্ম:

Share