17/09/2025
আজি বিশ্বকৰ্মা পূজা উপলক্ষে ক্ষেত্ৰীৰ দেউৰা প্লাষ্টিক কোম্পানিত অনুষ্ঠিত কাৰ্যসূচীত বিশ্ব খনিকৰৰ শ্ৰীচৰণত সেৱা আগবঢ়াই আশিস গ্ৰহণ কৰে সকলো লোকে।
বাবা বিশ্বকৰ্মাৰ কৃপাত সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিশালী হওক, তাৰ বাবে প্ৰাৰ্থনা জনায়।