Pratidin Live

Pratidin Live Registered Web Based News & Media Website✅

- Follow Us for daily Updates.
- Contact For Promotion - 8638259698
(1)

19/07/2025

📌ধুবুৰী গোৱালপাৰাৰ পিছত এইবাৰ উৰীয়ামঘাট

📌মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে শৃংখল চলিহাৰ পোষ্ট

📌সকলো খিলঞ্জীয়া লোকক উৰীয়ামঘাটলৈ ওলাই আহিবলৈ নিৰ্দেশ

📌প্ৰায় ৫০০ ৰো অধিক সন্দেহযুক্ত লোকে বসবাস কৰি থকাৰ সন্দেহ

19/07/2025

▶অসমৰ ৰাজনীতিত উচ্ছেদৰ প্ৰসংগ আৰু বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত ৰঙিয়াত লুৰিণ জ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

19/07/2025

📌অবৈধ দখলকাৰীক উচ্ছেদ কৰিবলৈ সাজু শৃংখল চলিহা।

19/07/2025

▶উচ্ছেদ চলোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিব বিধায়ক ৰফিকুল ইছলাম।

19/07/2025

▶গোৱালপাৰাৰ লক্ষীপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ OSD তথা APDCL ৰ সঞ্চালক কাশ্যপ প্ৰকাশ আৰু লক্ষীপুৰ টাউন কমিটিৰ পৌৰপতি ৰাজেশ প্ৰশাদ গুপ্তাই খিলঞ্জীয়া মানুহৰ মাটি গোপনে নামজাৰি কৰা বুলি উত্থাপিত অভিযোগৰ পিছত আজি এনেদৰে পুনৰ জাঙুৰ খাই উঠিছে এই সকল খিলঞ্জীয়া লোক।

18/07/2025

জাওঁকাটা কুলহীপাৰ বজাৰত ৰাইজৰ উত্তাল প্ৰতিবাদ

18/07/2025

গোৱালপাৰাৰ পাইকান উচ্ছেদস্থলীত হোৱা আৰক্ষীৰ গুলীচালনাৰ ঘটনা, আৰক্ষীলৈ শিলগুটি ইটা আদি নিক্ষেপ কৰা ঘটনাত জড়িত ৯ লোকক ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে । অভিযুক্ত সকলক আজি স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়ে,

18/07/2025

উচ্ছেদ স্থলীত আৰক্ষীৰ গুলিত দুজনকৈ ব্যক্তি নিহত হোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া এ বি এম ছুৰ সভাপতি টাইচন হুছেইনৰ।

18/07/2025

ৰাজ্যৰ অগ্ৰনী UPSC, APSC আৰু SSC পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ চিভিল চাৰ্ভিছেচ এচিভাৰ্চ পইণ্টৰ বৃহৎ সফলতা

APSC CCE Prelims 2024ত উত্তীৰ্ণ 750+ শিক্ষাৰ্থী

CSAP IAS Academyৰ এই সফলতাত প্ৰশিক্ষক-শিক্ষাৰ্থীৰ মাজত আনন্দ উল্লাহ

প্রতিষ্ঠাপক তথা সঞ্চালক ৰাজদীপ লেখাৰুৰ সংবাদমেল সম্বোধন

বিভিন্ন জনগোষ্ঠীয় পৰিষদৰ সহায়ত দৰিদ্ৰ জনগোষ্ঠীয় শিক্ষার্থীক সহায়ৰ হাত আগবঢ়োরা বিষয়ে জনালে CSAPৰ কর্তৃপক্ষই

18/07/2025

📌নিচামুক্ত কেন্দ্ৰত যুৱকক নিৰ্মম অ*ত্যা*চাৰ
📌অসম অৰুণাচল সীমান্ত বৰডুমচাৰ গেট বন্ধ কৰি প্ৰতিবাদ স্থানীয় লোকৰ
📌BRIDGE TO BETTAR নামৰ নিচামুক্ত কেন্দ্ৰৰ বিৰুদ্ধে দাখিল এজাহাৰ

17/07/2025

📌দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযানৰ স্থান প্ৰায় নিশ্চিত হৈছে।
📌প্ৰায় ৩০০০ বিঘা মাটিত চলিব প্ৰশাসনৰ দ্বিতীয়টো উচ্ছেদ অভিযান

17/07/2025

গোৱালপাৰাৰ পাইকান আশুডুবি উচ্ছেদিত অঞ্চলত আৰক্ষীৰ গুলীচালনা

Address

Guwahati

Telephone

+917635979496

Website

Alerts

Be the first to know and let us send you an email when Pratidin Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share