DA News Plus

DA News Plus Da NEWS PLUS is one of the TOP most popular 24x7 News Channels in North East India. Phone: 70990 17220 Da NEWS PLUS was officially launched on 15th April,2021.
(3)

Da NEWS PLUS is one of the most popular 24x7 satellite news channel in North East India, broadcasting news, current affairs and infotainment programmes. Mr. Anirban Das & Mrs. Rituparna Das are respectively the CMD and Director and are the main persons behind the establishment of the channel leading the conglomerate from the front. HQ in Guwahati and residing besides the bank of river Brahmaputra,

Da NEWS PLUS is one of the many ventures of AKD Build India Private Limited. The channel in the recent past has gained much popularity and has started to pust Northeast into a new horizon. It is the only satellite news channel in the Northeast to be broadcasted in English, Assamese & Bengali. It commands an impressive viewership and is establishing its footprints in the realm of news broadcasting in the region and beyond.

05/07/2025

লখিমপুৰৰ ঘূণাসুঁতিত অঘটন, সোৱণশিৰি নদী সাঁতুৰি পাৰ হ’বলৈ চেষ্টা কৰি সন্ধানহীন এজন। ব্যক্তিগৰাকীক বিচাৰি চলোৱা হৈছে অভিযান।

05/07/2025

গোলাঘাটত শ্ৰী শ্ৰী জগন্নাথ ৰথৰ ওভতনি যাত্ৰা, হাজাৰ হাজাৰ ভক্তৰ সমাগম

05/07/2025

গহপুৰৰ ধেনুধৰা ১ নং ৱাৰ্ডৰ গোপাল গগৈৰ বাসগৃহত নকল সোণৰ ৰমৰমীয়া বেহা, গোপন সূত্ৰৰ পমখেদি গহপুৰ আৰক্ষীৰ গোপাল গগৈৰ বাসগৃহত অভিযান

05/07/2025

নতুন সভাপতিৰ নেতৃত্বত কেনেকৈ কাম কৰিব কংগ্ৰেছে? শুনক দেবব্ৰত শইকীয়াৰ মুখেৰে

05/07/2025

নতুন ৰূপত আহি আছে ৰবি শৰ্মা, ‘ৰুদ্ৰ’ৰ পাছত আন এখন ছবিৰ বাবে সাজু হৈছে অভিনেতাগৰাকী

05/07/2025

উচ্ছেদক লৈ সৰৱ হোৱা লুৰীণজ্যোতি গগৈয়ে লখিমপুৰৰ ঘটনাৰ বাবে দায়ী কৰিলে চৰকাৰক

05/07/2025

📌 বন্যপ্ৰাণী সম্পৰ্কীয় সাংবাদিকতাৰ বাবে কেনেকৈ সাজু কৰিব নিজকে, কি কি পদ্ধতি অৱলম্বন কৰিলে সাংবাদিকসকল হ'ব সফল? বন্যপ্ৰাণী সম্পৰ্কীয় সাংবাদিকতাক লৈ গুৱাহাটীত আলোচনাচক্ৰ

নৌ সেনাৰ প্ৰথমগৰাকী যুঁজাৰু মহিলা পাইলট হিচাপে কৃতিত্ব অৰ্জন আস্থা পুনিয়াৰ
05/07/2025

নৌ সেনাৰ প্ৰথমগৰাকী যুঁজাৰু মহিলা পাইলট হিচাপে কৃতিত্ব অৰ্জন আস্থা পুনিয়াৰ

05/07/2025

📌 ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়
📌 হত্যাৰ গোচৰত অভিযুক্ত তপন কাকতি নামৰ এজনক যাৱজ্জীৱন কাৰাদণ্ড

05/07/2025

লখিমপুৰৰ ঘূণাসূঁতিত অঘটন, সোৱণশিৰি নদী সাঁতুৰি পাৰ হওঁতেই সন্ধানহীন এজন লোক

05/07/2025

ডকমকাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈক উষ্ম আদৰণি

📌 সাংসদ কামাখ্যা প্ৰসাদ তাছাক ভাৰতীয় খাদ্য নিগম (FCI)ৰ অধ্যক্ষৰ দায়িত্ব
05/07/2025

📌 সাংসদ কামাখ্যা প্ৰসাদ তাছাক ভাৰতীয় খাদ্য নিগম (FCI)ৰ অধ্যক্ষৰ দায়িত্ব

Address

Da NEWS PLUS, Five Star Building, S. S. Road, Opp. LICI Building, Fancy Bazar
Guwahati
781001

Alerts

Be the first to know and let us send you an email when DA News Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DA News Plus:

Share