NEF News

NEF News Unfolding Truth: Real news, Real Impact

24/12/2023

কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি বিজেপি নেতাৰঃ ভূপেন গগৈৰ প্ৰতিক্ৰিয়া

20/12/2023

শিৱসাগৰত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগত কিণ্ডেল ডেন্টেলৰ সহযোগত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ সম্পন্ন ৷

19/12/2023

শিৱসাগৰত বিশিষ্ট সাহিত্যিক সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণী ৰাজ্যিক বঁটা প্ৰদান ৷

সত্ৰীয়া সংস্কৃতিৰ সাধক, নাট্যকাৰ, পৰিচালক গুণাকৰ দেৱগোস্বামীলৈ আগবঢ়োৱা হৈছে এই বঁটা ৷

13/12/2023

দিহানামৰ ধ্বনিৰে মুখৰিত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ৷

মাজুলীত অনুষ্ঠিত হ'বলগা ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত দহ হাজাৰ মহিলাই একেলগে পৰিৱেশন কৰিব দিহানাম ৷ তাৰ বাবে অনুশীলনত ব্যস্ত এইসকল মহিলা ৷

12/12/2023

শিৱসাগৰৰ চামগুৰিত কা আন্দোলনৰ পঞ্চ ছহিদক শ্ৰদ্ধাঞ্জলি জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে ৰাইজৰ দলৰ উপ সভাপতি ধৈৰ্য কোঁৱৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

11/12/2023

২০১৯ চনৰ আজিৰ দিনটোতে গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন। আজিৰ দিনটোক ক'লা দিন আখ্যা দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

কা বলবৎ কৰিবলৈ হ'লে আকৌ ৰাজপথলৈ ওলাব বুলি হুংকাৰ অখিল গগৈৰ ৷

02/12/2023

শিৱসাগৰৰ বলিয়াঘাটত অ' এন জি চিৰ গেছ পৰিবাহী পাই ফুটি অঘটনঃ ৬ মহিলা আহতঃ উত্তপ্ত পৰিস্থিতি



01/12/2023

শিৱসাগৰত সমাজ কল্যাণ বিভাগৰ মহিলা আৰু শিশু নিৰ্যাতনবিৰোধী সজাগতা ৰেলী।

01/12/2023

পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত শিৱসাগৰস্থিত অসম এনাৰ্জী ইনষ্টিটিউৰ তৃতীয় দীক্ষান্ত সমাৰোহ ৷

28/11/2023

★ নৱম দিনত ভৰি দিলে ৰাইজৰ দলে ৰূপায়ণ কৰা 'ৰাইজৰ মাজলৈ ৰাইজৰ দল' শীৰ্ষক জনজাগৰণ যাত্ৰা ৷
★ সমষ্টিবাসীলৈ কৃতজ্ঞতা জনালে দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷

25/11/2023

শিৱসাগৰত আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত তিনিদিনীয়া জিকিৰ কৰ্মশালা আৰম্ভ৷

Address

Guwahati

Alerts

Be the first to know and let us send you an email when NEF News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share