Btv Batori Nagaon

Btv Batori Nagaon Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Btv Batori Nagaon, Media/News Company, Guwahati.

25/11/2024
24/11/2024

STORY:- কাৰ্বি আংলঙ জিলাৰ ফুলনিত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙতো অব্যাহত আছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । ৰাসৰ নৃত্যত অংশগ্ৰহণ কৰিছে কণ কণ মইনা সহ গাৱঁৰ শ শ জীয়ৰী বোৱাৰীয়ে । এই দৃশ্য কাৰ্বি আংলঙৰ ফুলনি উদযাপন সমিতি ।

01/02/2024

*নগাঁও আছু প্ৰতিবাদ*
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নগাঁৱতো বিক্ষোভ সমদলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিলে নগাঁও জিলা ছাত্ৰ সন্থাই ৷

31/01/2024

গৌৰৱ গগৈৰ এতিয়া নিজৰ ওপৰতে আস্থা কমিছে।
নগাঁৱত এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ।

24/12/2023

কামপুৰত ভোগালী মেলাৰ ব্যাপক প্ৰস্তুতি। কামপুৰ মাধৱ কন্দলি ক্ষেত্ৰত আয়োজন এই ভোগালী মেলা। ১৪ জানুৱাৰী পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা ভোগালী মেলাৰ আজি লাই খুটা স্থাপন কৰে। লাই খুটা স্থাপন কৰে কলিয়াবৰ জিলাৰ বিজেপিৰ সাংগঠনিক সভাপতি বাবুল বৰাই। লাই খুটা স্থাপন অনুষ্ঠানত কামপুৰ পৌৰসভাৰ সকলো মহলাৰ সদস্য উপস্থিত থাকে।

29/10/2023

👉কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধেহে AIUDF দলৰ জন্ম হৈছিল

👉কংগ্ৰেছ ব্যস্ত ভোজ-ভাত খোৱাত

👉AIUDF ৰ তিনিওখন আসনতে জয়লাভ নিশ্চিত
👉নগাঁৱত সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ

29/10/2023

*BJYM VS ACP fight NAGAON*
*বিজেপি অগপ মিত্ৰজোঁটৰ দুই ভাতৃ সংগঠনৰ মাজত তীব্ৰ সংঘাট*
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছৰে পৰা ক্ৰমাৎ বৃদ্ধি পাইছিল দুই সংগঠনৰ সংঘাত।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Btv Batori Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Btv Batori Nagaon:

Share