03/11/2025
📌শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন" ।
📌 কলমনিত ১৮৭ সংখ্যক পূৱ কছাৰী মহলৰ শ্ৰীশ্ৰী কুৰ্ম্মমাধৱ বাৰোৱাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি ।
📌বাইহাটাৰ কলমনিত শ্ৰীশ্ৰীকুৰ্ম্মমাধৱ মন্দিৰৰ প্ৰাংগণত অহা ৪ নৱেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ ।
📌চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱত নাগাৰা নামৰ লগতে অসমৰ সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী
মৰ্মিতা মিত্ৰ, মিচ মানচী , ভাৰ্গৱ কৌশিক , মেট্ৰিক , নৈঋত নন্দিলে গীত পৰিবেশন কৰিব ।
📌উক্ত সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা বিচাৰিছে উদ্যোক্তাসকলে ।
📌বাইহাটা চাৰিআলিৰ পৰা বিকি চৌধুৰীৰ ৰিপৰ্ট