D Assam News

D Assam News D.Assam News is a Assam based web media channel which portrays the real pictures of the society. It focuses on the ground level problems of the society.

20/08/2026

অভয়াপুৰীৰ APDCL কাৰ্যালয়ত উপ্তত পৰিস্থিতি।

13/08/2026

ৰিয়া ইলেক্ট্ৰনিক,অভয়াপুৰী
- 9365759972

13/08/2026

অভয়াপুৰীত কংগ্ৰেছৰ নামত আৱণ্টিত ভূমিত বিজেপিৰ কাৰ্যালয় নিৰ্মাণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

07/08/2026

গেছ, এচিডিটি, বুকু জ্বলা, বদহজম, ডায়েৰিয়া, আলচাৰ, জণ্ডিছ, ফেটি লিভাৰ, লিভাৰৰ চিৰ’চিছ, হেপাটাইটিছ বি আৰু চি, পেংক্ৰিয়াটাইটিছ, পিত্তথলীৰ সমস্যা, ক’লাইটিছ, আই বি ডি আৰু পেটৰ বিভিন্ন জটিল সমস্যাত ভুগি আছে নেক
*আহা ০৯ আগষ্ট ২০২৬, ৰবিবাৰৰ দিনা**
বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ, লিভাৰ আৰু পেটৰ ৰোগৰ উন্নত চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ আৰু প্রয়োজনীয় এণ্ড’স্ক’পি সম্পৰ্কীয় দিহা-পৰামৰ্শ লোৱাৰ বাবে আজিয়েই যোগাযোগ কৰক।
আগতিয়াকৈ বুকিংৰ বাবে এতিয়াই যোগাযোগ কৰক
93956 42474 / 6001291366

**স্থান:** দেৱদাৰু ডায়েগ্নষ্টিকছ, অভয়াপুৰী, পুৰণি হাস্পতালৰ সন্মুখত।

ধন্যবাদ।

30/07/2026

বিজনী সমষ্টিৰ উন্নয়ন আৰু মৌলিক সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে বিধানসভাত সক্ৰিয় বিধায়ক অৰূপ কুমাৰ দে'
বিধানসভাত উত্থাপন বিজনী সমষ্টিৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ তথা সংবেদনশীল বিষয়
সীমা সুৰক্ষা আৰু উন্নয়ন, হাতী-মানুহৰ সংঘাত, বিশুদ্ধ খোৱাপানীৰ সমস্যা আদি গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশ্ন উত্থাপন
বিধায়কগৰাকীৰ প্ৰশ্নৰ ইতিবাচক সঁহাৰি মন্ত্ৰী অতুল বৰাৰ

📌 চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ আব্দুল ৰছিদৰ দেহাৱসান  ।📌 সমগ্ৰ অসমত শো...
25/07/2026

📌 চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ আব্দুল ৰছিদৰ দেহাৱসান ।

📌 সমগ্ৰ অসমত শোকৰ ছাঁ।

25/07/2026
24/07/2026

ʼʼসদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নʼʼ চমুকৈ ʼআমছুʼৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে ʼআমছুʼৰ উত্তৰ শালমাৰা সমিতিৰ উদ্যোগত আজি ২৪/৭/২০২৬ ইং তাৰিখে দিনৰ ১ বজাত লেংটিছিঙা চাৰিআলিত ''NEET ৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে দিল্লীত চলি থকা ছাত্ৰ আন্দোলনত পুলিচৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনাই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে

20/07/2026

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পাতিলাদহাত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰা অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে স্থানীয় বিধায়ক ভূপেন ৰায় উপস্থিত থাকে।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when D Assam News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to D Assam News:

Shortcuts

Share

Category