Sangbad LIVE

Sangbad LIVE This is the official page of Sangbad LIVE. We are Here to show you the truth you want to wat

27/08/2026

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভুৱা প্ৰচাৰ আৰু ৰাজনৈতিক অপকৌশলক তীব্ৰ গৰিহণা দেবব্ৰত শইকীয়াৰ

27/08/2026

উজনিৰ বানপীড়িতৰ কাষত কামাখ্যা দেৱালয় আৰু কামাখ্যাবাসী ৰাইজ।

27/08/2026

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কলগাছিয়াৰ IB ৰোডৰ পৰা চিনেমা হল মাৰ্কেটলৈ যোৱা মুখ্য পথত আজি উচ্ছেদ অভিযান চলোৱা হয়

27/08/2026

লকডাউনত ১০০টা ব্ৰইলাৰ পোৱালীৰে আৰম্ভ, এতিয়া ২০০০ৰো অধিক মুৰ্গীৰে ফাৰ্ম পাঞ্চালীৰ

27/08/2026

অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধিক লৈ আজি হাটশিঙিমাৰীত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

26/08/2026

'বেংকৰ কিছু টেংনিকেল অসুবিধাৰ বাবে কিছু লোকৰ প্ৰথম এককালীন ১৫ হাজাৰ সাহায্য অন প্ৰচেছত আছে, সকলোৱে পাব'- বিমল বৰা

26/08/2026

বানপীড়িতৰ কাষত প্ৰবাসী অসমীয়াৰ সহায়ৰ হাত।

26/08/2026

ৰাজ্য চৰকাৰৰ চৰম গাফিলতি আৰু অদূৰদৰ্শিতাৰ বাবে আজি উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত ৰাইজ দিশহাৰা!

26/08/2026

শিৱসাগৰত বিধায়ক অখিল গগৈৰ হুংকাৰ।
মুখ্যমন্ত্রীক ৪৮ ঘন্টাৰ সময়সীমা
বানত আক্ৰান্ত পৰিয়ালৰ একাউন্ট ত ২৫০০০ টকা নুসুমালে এক লাখ লোকক লগত লৈ মুখ্যমন্ত্রীৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদত বহিব অখিল গগৈ।

25/08/2026

বানত সৰ্বস্ব হেৰুওৱা পৰিয়ালসমূহৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছে স্বেচ্ছাসেৱী সংস্থা ‘সেৱা'ই

Address

Nilgiri Path, AIDC
Guwahati
781024

Alerts

Be the first to know and let us send you an email when Sangbad LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sangbad LIVE:

Shortcuts

Share