Times Northeast

Times Northeast Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Times Northeast, News & Media Website, Guwahati.
(1)

Times Northeast is a Digital News Media.It aims to become digital daily of things that matter across the pan asian countries with the global headquarter based in Guwahati,Assam.

▶️ অমৃত কলহ যাত্ৰাৰ সময়ত অসমৰ গাওঁ সমূহৰ পৰা সংগ্ৰহ কৰা মাটিৰে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমি পূজন।▶️ ...
08/11/2025

▶️ অমৃত কলহ যাত্ৰাৰ সময়ত অসমৰ গাওঁ সমূহৰ পৰা সংগ্ৰহ কৰা মাটিৰে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমি পূজন।
▶️ গহপুৰৰ ভোলাগুৰিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমি পূজনত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ।

08/11/2025

বিশ্বকাপ বিজয়ী উমা চেত্ৰীক বোকাখাতত ব্যাপক আদৰণী।কান্ধুলিমাৰীৰ উমাৰ বাসগৃহৰ পৰা বোকাখাত নগৰলৈ বিশাল ৰেলী।

'গুৱাহাটী প্ৰৱেশদ্বাৰ (টাৰ্মিনেল আৰু ঘাট)' উদ্বোধন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ।
08/11/2025

'গুৱাহাটী প্ৰৱেশদ্বাৰ (টাৰ্মিনেল আৰু ঘাট)' উদ্বোধন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ।

ইকুৱেডৰ ভ্ৰমণৰত অৱস্থাত ৰাজধানী কিট’ত ইকুৱেডৰ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবোৱাৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী প...
08/11/2025

ইকুৱেডৰ ভ্ৰমণৰত অৱস্থাত ৰাজধানী কিট’ত ইকুৱেডৰ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবোৱাৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

গুৱাহাটীৰ 'Brahmaputra River Front' মুকলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ।
08/11/2025

গুৱাহাটীৰ 'Brahmaputra River Front' মুকলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ।

📍 তিনিচুকীয়াৰ টিলিঙা মন্দিৰ।
08/11/2025

📍 তিনিচুকীয়াৰ টিলিঙা মন্দিৰ।

▶️ অৱশেষত উমা চেত্ৰীৰ বোকাখাতৰ বাসগৃহত উপস্থিত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা।▶️ উমা চেত্ৰীক সম্বৰ্ধনা মন্ত্ৰী গাৰ্লোচ...
07/11/2025

▶️ অৱশেষত উমা চেত্ৰীৰ বোকাখাতৰ বাসগৃহত উপস্থিত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা।
▶️ উমা চেত্ৰীক সম্বৰ্ধনা মন্ত্ৰী গাৰ্লোচাৰ।

07/11/2025

বোকাখাতৰ স্ব-গৃহত উপস্থিত হৈ সংবাদ মাধ্যমত বিশ্বকাপ বিজয়ী উমা চেত্ৰীৰ মন্তব্য...

তাঁতশালত প্ৰাণ পাই উঠিছে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। বিজয় দাস নামৰ এজন যুৱকৰ হাতৰ পৰশত গামোচাত জিলিকি উঠিছে প্ৰিয...
07/11/2025

তাঁতশালত প্ৰাণ পাই উঠিছে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। বিজয় দাস নামৰ এজন যুৱকৰ হাতৰ পৰশত গামোচাত জিলিকি উঠিছে প্ৰিয় শিল্পীগৰাকী।

অসমৰ সাংস্কৃতিক আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ, নাগাৰা নামৰ প্ৰখ্যাত শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসান।
07/11/2025

অসমৰ সাংস্কৃতিক আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ, নাগাৰা নামৰ প্ৰখ্যাত শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসান।

বিভিন্ন কাৰ্য্যসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।
07/11/2025

বিভিন্ন কাৰ্য্যসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।

▶️ স্ব-গৃহত উপস্থিত বিশ্বকাপ বিজয়ী উমা চেত্ৰী।▶️ আদৰণী তথা সম্বৰ্দ্ধনা অসম ক্ৰিকেট সন্থাৰ।
06/11/2025

▶️ স্ব-গৃহত উপস্থিত বিশ্বকাপ বিজয়ী উমা চেত্ৰী।
▶️ আদৰণী তথা সম্বৰ্দ্ধনা অসম ক্ৰিকেট সন্থাৰ।

Address

Guwahati

Telephone

+917005124557

Website

Alerts

Be the first to know and let us send you an email when Times Northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Times Northeast:

Share