Sangbad Lahar

Sangbad Lahar Sangbad Lahar will serve robust and high-quality news from every corner of Assam and relevant Nation. Sangbad lahar logo register no- 2144
(2)

13/08/2026

ডিগবৈত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি।

13/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী প্ৰশাসৰ ব্যাপক তৎপৰতা।
ডিমাকুছি আৰক্ষীয়ে দিনে-নিশাই চলাইছে কটকটীয়া তালাচী অভিযান।

13/08/2026

অসম-অৰুণাচল সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ লোকসকলৰ স্বাস্থ্যৰ বুজ ল’লে লুৰিণজ্যোতি গগৈয়ে।

13/08/2026

সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সৰৱ শৃংখল চলিহা

13/08/2026

মানুহৰ লগতে হাজাৰ হাজাৰ পশুধন শেষ।
এইবোৰৰ ক্ষতিপূৰণ কেতিয়া? কেতিয়া পাব উপযুক্ত ক্ষতিপূৰণ?
বিভাগীয় মন্ত্ৰীগৰাকীৰ কোনো উমঘামেই নাই।
- অখিল গগৈ

13/08/2026

লাভলীনাক সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

13/08/2026

অসমীয়া সংবাদ জগতত অনন্য সংযোজনেৰে সংবাদ লহৰ ডিজিটেল গ্ৰুপে প্ৰকাশ কৰিব লৈছে সাদিনীয়া "সংবাদ লহৰ" নামেৰে এখন নতুন বাতৰি কাকত

বিশিষ্ট সাহিত্যিক ড০ নন্দ সিং বৰকলাৰ মুখ্য সম্পাদনাত প্ৰকাশ পাবলগীয়া কাকতখন আগন্তুক ১৪ আগত ২০২৬ তাৰিখে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ নীলমনি ফুকন প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত যশস্বী কথাশিল্পী ড০ অমৰজ্যোতি চৌধুৰীয়ে উন্মোচন কৰিব

উক্ত উন্মোচনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব সাহিত্যিক থানেশ্বৰ মালাকাৰদেৱ।
আপোনালোকৰ উপস্থিতি একান্তভাৱে সংবাদ লহৰ গোষ্ঠীয়ে কামনা কৰিছোঁ

আপোনলোকৰ সহায়, উৎসাহেই আমাৰ মূলধন হ'ব

13/08/2026

সীমান্তত শান্তি বজাই ৰখাৰ আহ্বান অসম-অৰুণাচলৰ সাংসদৰ

শুনক কি ক'লে ?

13/08/2026

পানীত ভাঁহি থকা মৃ**দেহ টানি আনোঁতেই উঠিল জী!

সত্য জানিলে আচৰিত হ'ব আপুনি

নদীত মৃ**দেহ দেখি স্থানীয় ৰাইজে মাতি আনিছিল আৰক্ষীক

গ্ৰেনাইট ফেক্টৰীত কাম কৰা লোকজনে প্ৰচণ্ড গৰমৰ বাবে নামিছিল গা ধুবলৈ

গা ধুই শুই গৈছিল পানীতেই

কিন্তু লোকজন মৃ** বুলি ভাবি স্থানীয় ৰাইজে মাতি আনিছিল আৰক্ষীক

অসমত উপস্থিত হোৱাৰ পিছতেই লাভলিনা বৰগোহাঁইক আজি সম্বৰ্ধনা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
13/08/2026

অসমত উপস্থিত হোৱাৰ পিছতেই লাভলিনা বৰগোহাঁইক আজি সম্বৰ্ধনা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Address

Hengerabari, Madhuban Path
Guwahati
781036

Alerts

Be the first to know and let us send you an email when Sangbad Lahar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sangbad Lahar:

Shortcuts

Share