North-East Minorities Students' Union - NEMSU

North-East Minorities Students' Union - NEMSU "Education, Peace and Progress"

07/09/2026

"শিক্ষা কেৱল ডিগ্ৰী লোৱাই নহয়, ই হ'ল এক সুস্থ সমাজ গঢ়াৰ মূল চাবিকাঠী। " ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশক লৈ নেমছু'ৰ কেন্দ্ৰীয় সহ: সম্পাদক Abubakkar Siddik ডাঙৰীয়াৰ এক বিশেষ আলোচনা আৰু গুৰুত্বপূৰ্ণ ভাষণ।

03/09/2026

নেমছু'ৰ মাননীয় সভাপতি বদৰুল ইছলামৰ মন্তব্য!

শোণিতপুৰ জিলাৰ চিৰাজুলিৰ ড্ৰীমভেলী একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী চাইমা ৱাহিদে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত 'সংস্কৃ...
25/08/2026

শোণিতপুৰ জিলাৰ চিৰাজুলিৰ ড্ৰীমভেলী একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী চাইমা ৱাহিদে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত 'সংস্কৃতি সংগম-২০২৬'ত 'শ্ৰেষ্ঠ নৃত্যশিল্পী'ৰ বঁটা আজুৰি আনি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
পিতৃ চামচুল হক (বাবলু) আৰু পৰিয়ালবৰ্গৰ উপস্থিতিত আজি কনমানি চাইমাৰ বাসগৃহত নেমছু'ৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক Abubakkar Siddik ডাঙৰীয়াৰ লগতে #চিৰাজুলি_আঞ্চলিক_সমিতি_নেমছু'ৰ বিষয়-ববীয়াসকল উপস্থিত হৈ আন্তৰিক শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। কনমানি চাইমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু আগুৱাই যোৱা ❤️💐

20/08/2026
18/08/2026

জীৱনত সুখ সহজে পোৱা নাযায়, কিয়নো ইয়াৰ প্ৰতিটো খোজতেই লুকাই থাকে একো একোটা সংগ্ৰাম।Abubakkar Siddik

স্বাধীনতা দিৱস উপলক্ষে চিৰাজুলি আঞ্চলিক সমিতি নেমছু'ৰ উদ্যোগত পতাকা উত্তোলন।
15/08/2026

স্বাধীনতা দিৱস উপলক্ষে চিৰাজুলি আঞ্চলিক সমিতি নেমছু'ৰ উদ্যোগত পতাকা উত্তোলন।

ভাৰত বৰ্ষৰ স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ ক্ষুদিৰাম বসু দেৱক পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
11/08/2026

ভাৰত বৰ্ষৰ স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ ক্ষুদিৰাম বসু দেৱক পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

11/07/2026

ড্ৰাগছৰ বিৰুদ্ধে সৰৱ নেমছুৰ সভাপতি বদৰুল ইছলাম।।

28/06/2026

বিটিচিৰ উচ্ছেদক লৈ সৰৱ নেমছুৰ সভাপতি বদৰুল ইছলাম।হাগ্ৰামা মহিলাৰীক উচ্ছেদৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ আহ্বান নেমছুৰ।

28/05/2026

Eid Mubarak 💞

Address

Hatigaon
Guwahati
781038

Website

Alerts

Be the first to know and let us send you an email when North-East Minorities Students' Union - NEMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to North-East Minorities Students' Union - NEMSU:

Shortcuts

Share