The Real Fact

The Real Fact The Real Fact is an independent Digital Media House, mainly analytical and Database Report Publish For publishing add please contact

24/07/2025

শুভ ৰাত্ৰি

24/07/2025

অসমৰ অবৈধ দখলৰ গ্রাসত থকা অঞ্চলসমূহ সম্পূর্ণৰূপে পর্যবেক্ষণ কৰি আছে।

ভুল কাৰ? সাংবাদিক -vs- বিধায়ক
19/07/2025

ভুল কাৰ?

সাংবাদিক -vs- বিধায়ক

উচ্ছেদিতৰ আন এক অঘটন
18/07/2025

উচ্ছেদিতৰ আন এক অঘটন

17/07/2025

গোৱালপাৰাৰ পাইকানত আৰক্ষীৰ গুলিচালনা_

19/06/2025

বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পেৰাধৰা-গৰক্ষাট্টাৰীত নাও দুৰ্ঘটনা৷ নাওত আছিল বহু ছাত্ৰছাত্ৰী৷ এতিয়ালৈ সন্ধানহীন বহু ছাত্ৰছাত্ৰী৷

সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলিল বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত গোমাফুলবাৰীৰ শ্বৰীফ উদ্দিন আহমেদ আৰু হালিমা বেগমৰ প্...
15/06/2025

সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলিল বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত গোমাফুলবাৰীৰ শ্বৰীফ উদ্দিন আহমেদ আৰু হালিমা বেগমৰ প্ৰথম পুত্ৰ তাৰিফ আল শ্বাকিৰ। ৫৩৪ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে তাৰিফ আল শ্বাকিৰে।

31/05/2025

শিক্ষক খাইৰুল ইছলামৰ জিয়া কাহিনী😳

01/05/2025

আজি চেঙা সমষ্টিৰ অন্তৰ্গত ১০০ নং ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়তৰ ৭ নং ৰৌমাৰী গাঁও ৱাৰ্ডৰ ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী ফাতিমা বেগমৰ বিসাল নিৰ্বাচনী ৰেলী৷ উক্ত ৰেলীত ভাগ লয় সকলো দলৰ ভোটাৰ ৰাইজ৷ ফাতিমা বেগমৰ প্ৰতি সহাৰি জনাই মৰতে প্ৰদান কৰে শ শ টকাৰ মালা৷ আনকী উক্ত ৰেলীত আন্দত আত্মহাৰা হৈ নাচিছে কন কন সৰু ছোৱালী আৰু ভোটাৰ ৰাইজ৷

মতামত জনাব!
23/04/2025

মতামত জনাব!

Job opportunity for Guwahati Salary plus Bonus will be paidContact by Email: nehatraders7207@gmail.comWhatsApp 086384 20...
03/04/2025

Job opportunity for Guwahati
Salary plus Bonus will be paid
Contact by Email: [email protected]
WhatsApp 086384 20352

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা👍
02/04/2025

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা👍

Address

Hatigaon
Guwahati

Telephone

+918638420352

Website

http://www.therealfact.org/

Alerts

Be the first to know and let us send you an email when The Real Fact posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Real Fact:

Share