Newsmax 24

Newsmax 24 Maximum people choice

05/08/2022

বঙাইগাঁওৰ গোলা-পাৰা চাকলা সংযোগী পথৰ দূৰ-অৱস্থাই জলাকলা খোৱাইছে কেইবাখন গাওঁৰ ৰাইজক

05/08/2022

শেষ পৰ্যায়ৰ গুণোৎসৱৰ বুজ লবলৈ আজি কাছাৰৰ বিদ্যালয় পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷

31/07/2022

নিৰ্বাচন আয়োগৰ বিশেষ সংশোধনী সম্পৰ্কত সংবাদমেল সম্বোধন দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত পল্লৱী সৰকাৰ ডাঙৰীয়ানীৰ।

31/07/2022

হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মন কি বাত"কাৰ্যসূচীত সমূহীয়াভাৱে অংশগ্ৰহন হাজো বিজেপি কৰ্মীৰ

31/07/2022

আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন ধুবুৰী জিলা সন্মিলন অনুষ্টিত হয় গৌৰীপুৰত : ৰন্ধন কৰ্মী সকলৰ বিভিন্ন দাবী চৰকাৰলৈ ৷

31/07/2022

আঙুৰলতা ডেকাক উভতি ধৰিলে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই...

30/07/2022

জামুগুৰিহাটত শ শ হেক্টৰ পথাৰ ছন পৰাৰ আশংকা।
শাওণৰ পথাৰত ৰুবলৈ নাই কঠিয়া।

29/07/2022

কলগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পুনৰ বেকী নৈৰ গৰাখহনীয়াৰ কৱলত ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ আধা অংশ।

29/07/2022

জামুগুৰিহাটত ৪০বেগ সমবায় চাউল চোৰাংভাৱে বিক্ৰী কৰাৰ প্ৰস্তুতি চলাওতেই ৰাইজে কৰায়ত্ব কৰিলে সমবায় এজেন্টক।

29/07/2022

সদন এতিয়া মোডীৰ ৰাজমহল হৈ পৰিছে, গণতান্ত্ৰিক হৈ থকা নাই: গৌৰৱ গগৈ

29/07/2022

বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ লাউঠাৰীত এক মৰ্মান্তিক ঘটনা ।

29/07/2022

দৰং জিলাৰ দলগাওঁত বৃহত অবৈধ জুৱা খেলৰ তাণ্ডৱ।

29/07/2022

টংলাত ভেৰগাঁ‌ও জিলা বড়ো সাহিত্য সভাৰ সংবাদমেল সম্বোধন।

28/07/2022

নেমছুৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত ধুলি আঞ্চলিক সমিতি গঠনাৰ্থে

27/07/2022

বঙাইগাঁও জিলা উত্তৰ অভয়াপুৰীত এন এছ ইউ আইৰ প্ৰতিবাদ। কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক বিনাচৰ্ত জানিম দিয়াৰ দাবী।

Address

Guwahati
781006

Alerts

Be the first to know and let us send you an email when Newsmax 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share