Hiramani Sarma

Hiramani Sarma ঋণাত্মকতাৰ পৃথিৱীত কিছু ধনাত্মক চিন্তাৰ বীজ সিঁচাৰ উদ্দেশ্য। ভাল লাগিলে Follow কৰি চাব পাৰে।

20/09/2025

তুমি বিহীন অসম ভুমিৰ দুখ দেখি আকাশেও চকুলো টুকিছে জুবিন দা...

19/09/2025

বৃদ্ধৰ হাতৰ লাখুটি, আদহীয়াৰ প্ৰাণৰ আপোণ, যুৱপ্ৰজন্মৰ হিয়াৰ আমঠু , শিশুৰ আদৰ্শৰ জুবিন মামা.... আজি সকলোৰে বুকু উৰুঙা.... তুমি নাই, অথচ তুমি সকলোৰে হৃদয়ত ৰৈ গ'লা...

19/09/2025

অসমৰ আৰু অসমীয়াৰ যিকোনো সমস্যাতে নিঃস্বাৰ্থ ভাৱে কোনোবা যদি থিয় হৈছিল, সেয়া আছিল জুবিন দা। কিন্তু এতিয়া অসমবাসী অভিভাৱকহীন হৈ পৰিল 😭

19/09/2025

জুবিন দা, সমগ্ৰ অসমবাসীয়ে কান্দি উঠিছে আপোনাৰ চিৰবিদায়ত। অসহনীয় এই সত্য। আপোনাৰ পবিত্ৰ আত্মাৰ চিৰ শান্তি বিচাৰি 🙏🙏🙏😭

17/09/2025

চেষ্টা মাথোঁ

16/09/2025
মোৰ কৃষ্ণ গোসাঁই
15/09/2025

মোৰ কৃষ্ণ গোসাঁই

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Hiramani Sarma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hiramani Sarma:

Share

Category