IshanNewsDigital

IshanNewsDigital NEWS MEDIA We are proud to announce that we have been a part of the digital media and entertainment industry for almost years.

Since our establishment on 15th August 2019, we have worked tirelessly to build a reputation as a trustworthy news portal. We understand the importance of providing unbiased information to our audience, and we are committed to delivering accurate and reliable news. In an era where digital media is rapidly expanding, we strive to stand out by offering high-quality and creative content. Our team of

professionals has years of experience in the field of digital media, ensuring that we maintain the highest standards of disciplined journalism. We believe that by bringing together a team of experts, we can provide our audience with the most comprehensive and insightful news coverage. Our dedication to excellence has allowed us to gain the trust and loyalty of our ever-growing digital audience. We are grateful for the support we have received and are excited to continue our journey as a leading news portal in the digital media landscape. Thank you for choosing us as your source of news and entertainment. We look forward to serving you with unbiased facts and engaging content for many more years to come.

20/10/2023

♦ শাৰদীয় দুৰ্গাপূজা উপলক্ষে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ তৰফৰ পৰা চেক বিতৰণ কাৰ্যসূচী।
♦ ডিগবৈ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৭৩খন পূজা কমিটিক একত্ৰিত কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ দহ হাজাৰকৈ টকাৰ চেক প্ৰদান বিধায়ক সুৰেন ফুকনৰ।

20/10/2023

♦ পূজাৰ আনন্দৰ মাজতে চোৰৰ চাফাই অভিযান।
♦ কলিয়াবৰৰ সৰুভগীয়া বাঘৰ গঞা সত্ৰত চোৰে চলালে চাফাই অভিযান।

20/10/2023

চিৰাঙৰ বিজনীৰ মুঠ চাৰিখনকৈ দুৰ্গা পূজা সমিতিৰ পূজা মণ্ডপত উপস্থিত প্ৰমোদ বড়ো।
দেউকুৰা পাৰস্থিত জনতা লাইব্ৰেৰী আৰু ক্লাবে শাৰদীয় দুৰ্গা পূজাৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "দুৰ্গতিনাশিনী" উন্মোচন কৰিলে প্ৰমোদ বড়োই।

19/10/2023

শিৱসাগৰত অএনজিচিৰ পুঁজিৰে নিৰ্মিত চ্যাউলুং চ্যুকাফা চিকিৎসালয়ত অসমীয়া নাৰ্চক অত্যাচাৰ।
নাৰ্চক অত্যাচাৰ কৰা কাৰ্যক উচিত বিচাৰৰ দাবীত অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ ধৰ্ণা কাৰ্যসূচী।

19/10/2023

ঋণ লৈ স্বাৱলম্বী হওঁক আপুনি। অন্ধকাৰ জীৱনত পোহৰৰ বাট দেখুৱাব বন্ধনে।

19/10/2023

তেজপুৰত জব্দ ১৫ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ লগতে আটক এজন ড্ৰাগছ পেডলাৰ।

19/10/2023

📌সোণাৰিত ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতাৰ বিৰুদ্ধে সৰৱ বৰাহী চাহ বাগিচাৰ শ্ৰমিক।
📌মৃত শ্ৰমিকৰ পৰিয়ালে লাভ কৰা D L.I. ধনৰ পৰা দহ হাজাৰকৈ টকা সংগ্ৰহৰ গুৰুতৰ অভিযোগ শ্ৰমিক নেতাৰ বিৰুদ্ধে।
📌চাহ শ্ৰমিকৰ প্ৰাপ্যৰ পৰা কৌশলেৰে ধন সংগ্ৰহ কৰা কাৰ্য শীঘ্ৰেই বন্ধৰ দাবী চাহ শ্ৰমিকৰ।

19/10/2023

📌দুৱাৰ দলিত দুৰ্গা পূজা।
📌চৌদিশে কেৱল পূজাৰ ব্যস্ততা‌।
📌দলগাঁৱত দেৱী দুৰ্গাৰ প্ৰতিমা নহয়, ঢাক-ঢোল বনোৱাত ব্যস্ত খাৰুপেটীয়াৰ‌ এগৰাকী যুৱক।
📌নাই নিজা ঘৰ- মাটি, দোকান, পথৰ কাষতে এই যুৱকজনে ২০ বছৰ ধৰি চলাইছে‌ ব্যৱসায়।

15/10/2023

♦ আজি দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু দিন।
♦ দুই অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মা আৰু ৰিন্তিমনি ডেকাই বহু কেইটা গীত পৰিবেশন কৰি শ্ৰদ্ধাৰ শিল্পীগৰাকীক জনালে শ্ৰদ্ধাঞ্জলি।

15/10/2023

♦ শিৱসাগৰলৈ গৌৰৱ জয়সাগৰৰ গদাধৰ নগৰৰ টি-জিমৰ সদস্যৰ।
♦ লেপালৰ এচ বি কে এফ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ ৮জন খেলুৱৈৰ।
♦ ৬ টা সোণৰ আৰু দুটা ৰূপৰ পদক পাবলৈ সক্ষম খেলুৱৈজনৰ।

30/06/2023

আজি ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিন, মৈৰাঙলৈ ৰাওনা হৈছে কংগ্ৰেছৰ যুৱৰাজগৰাকী। বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ ভ্ৰমণক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি।

30/06/2023

আগন্তুক ৩ দিনলৈ ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট।

30/06/2023

ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ পিছতেই ৰাজ্যখনত অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। নিশা মণিপুৰৰ ৰাজপথলৈ ওলাই আহিছে শ শ লোক।

29/06/2023

অৱশেষত মণিপুৰৰ হিংসাজৰ্জৰ এলেকাৰ আশ্ৰয় শিবিৰত ৰাহুল গান্ধী । ভুক্তভোগী সকলৰ সৈতে ৰাহুল গান্ধীৰ বাৰ্তালাপ । ৰাহুল গান্ধীৰ সন্মুখতে হুকহুকাই কান্দিলে ভুক্তভোগী পৰিয়ালে ।

29/06/2023

পবিত্ৰ ঈদৰ দিনাই বিশ্ববাসীৰ সন্মুখত ইছলামক অপমান। গৰজি উঠিছে ইছলামিক দেশ। ৰাছিয়াত এনে কাম কৰিলে সুদায় নেৰো বুলি হুংকাৰ ৰাষ্ট্ৰপতি পুটিনৰ।

Address

Bora Service Station Complex, ISHAN NEWS 2ND FLOOR
Guwahati
781007

Website

Alerts

Be the first to know and let us send you an email when IshanNewsDigital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to IshanNewsDigital:

Share