Global News NE

Global News NE We will try for uplifting real culture , socio-economic phenomenon, politics and all related to the inhabitants of NE Region. Yes we have global views at all.

13/02/2023

বিগত সময়ত বিশ্বনাথৰ বিভিন্ন অঞ্চলত চুৰি হোৱা সামগ্ৰীৰে ভৰি পৰিছে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা।আজি বিশ্বনাথ সদৰ আৰক্ষী থানাই অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ কাঁহ-পিতলৰ সামগ্ৰী সহ এঘাৰ জনকৈ গভাইত চোৰক।এই ১১ জনীয়া গভাইত চোৰৰ দলটোৰ ভিতৰত অধিকাংশ চোৰেই হ'ল নাবালক।কিন্তু নাবালক বুলি ভুল নাযাব।কাৰণ এই চোৰৰ দলটোয়ে বিশ্বনাথত দীৰ্ঘদিনে এক আতংকময় পৰিবেশ সৃষ্টি কৰি আহিছিল।ঘৰত মানুহ নথকা অৱস্থাত এই চোৰৰ দলটোয়ে বিগত সময়ত ঘৰৰ তলা ভাঙি চলাই আহিছিল চাফাই আভিযান।আনকি,এই চোৰৰ দলটোয়ে মূল্যৱান আ-অলংকাৰ লগতে ঘৰৰ কাঁহ-পিতলৰ কাঁহি বাতি চোৰ কৰাৰ লগতে চৰুৰ ভাত পৰ্যন্ত খায় সেই চৰুত মল ত্যাগ কৰি অত্যাচাৰ চলাই আহিছিল গৃহস্থক।বিশ্বনাথৰ সাধাৰণ জনতাৰ লগতে বিশ্বনাথ আৰক্ষীৰো এক মুৰৰ কামোৰণি স্বৰূপ হৈ পৰিছিল এই চোৰৰ দলটো।অৱশেষত যোৱা নিশা বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ উপ আৰক্ষী বিষয়া অনিল সোণোৱাল নেতৃত্বত আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছামদান হাজোৱাৰীৰ নিৰ্দেশত বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাৰ সমীপৰ দীঘলী পুখুৰীৰ পৰা অভিযান চলাই এই ১১ জনকৈ গভাইত চোৰক কৰায়ত্ত কৰি তদন্ত অব্যাহত ৰাখাৰ লগতে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ কাঁহ পিতলৰ সামগ্ৰী পানীৰ মটৰ আৰু ছাউণ্ড চিষ্টেম।

13/02/2023

নলবাৰীত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ।নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় বন্ধ সন্দৰ্ভত নলবাৰী চহৰত ৰাইজৰ প্ৰতিবাদ ।আজি স্বতস্ফুৰ্ত ভাৱে ৰাইজে অসামৰিক চিকিৎসালয় স্থানান্তৰৰ প্ৰতিবাদ সন্দৰ্ভত চহৰৰ ৰাজ পথলৈ ওলাই আহিল শ শ পুৰুষ মহিলা ।স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিশা অসামৰিক চিকিৎসালয় চোৰৰ দৰে স্থানান্তৰ কৰা বুলি ৰাইজে উজাৰিলে তীব্ৰ ক্ষোভ ।কোনো পধ্যেই নলবাৰী অসামৰিক চিকিৎসালয় স্থানান্তৰ কৰিব দিয়া নহব বুলি ৰাইজে কৰিলে মন্তব্য ।

13/02/2023

*Big breaking* শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ সদস্য উপমা বৰাৰ মৃত্যু।প্ৰগতি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ৱাৰ্ড মেম্বাৰগৰাকীৰ।চিকিৎসকৰ ভুল চিকিৎসা আৰু অৱহেলাত মৃত্যুৰ গুৰুতৰ অভিযোগ কৰিছে পৰিয়ালে।চিকিৎসালয় খনত বৰ্তমান উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।

13/02/2023

আজি পুৱা যোৰহাট কাছৰগড়ালৰ নাওশলীয়াত প্ৰায় ৪ বছৰ মানৰ নাহৰফুতুকি বাঘ পিঞ্জৰাবদ্ধ হয়। কিছু দিনৰ পৰা এই নাহৰফুতুকি বাঘতোৱে কাছগড়ালৰ মানুহৰ পোহনীয়া জীৱ জন্তু মাৰি এক সন্তাসৰ সৃষ্টি কৰি আছিল।আৰু এই সংক্ৰান্তত আঞ্চলিক বন বিষয়া কাৰ্যলয়ক অবৰ্গত কৰে।আঞ্চলিক বন বিষয়া কাৰ্যলয়ে তাৎক্ষনিক ভাৱে এসপ্তাহ পূৰ্বে কাছগড়ালত বাঘটো ধৰিবৰ বাবে পিঞ্জৰা পাতে,আৰু পিঞ্জৰাতে আজি পুৱা আবদ্ধ হয় নাহৰফুতুকিটো ।আবদ্ধ হোৱা নাহৰফুতুকিটো খৱৰ পায় আঞ্চলিক বনবিষয়া লোক ঘটনা স্থলীত উপস্থিত হৈ বাঘটো কাৰ্যলয়লৈ লৈ আনে।কাৰ্যলয় তৰফৰ পৰা জানিৱ দিয়া মতে কোনো মানুহক বাঘে আক্ৰমন কৰা নাই ,লগতে বাঘটো প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ,উচ্চ পদস্থ বিষয়া নিৰ্দেশ মৰ্মে জতেই বাঘটো এৰিদিবলৈ কয় তাতেই বাঘটো এৰি দিয়া হ'ব বুলি আমাক জনিবলৈ দিয়ে

13/02/2023

নলবাৰীৰ কালদিৰ দেৱদামোদৰ সত্ৰত চলি থকা সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠ অধিবেশনৰ সামৰণি।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কালদি স্থিত দেৱদামোদৰ সত্ৰত সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ সফল পৰিসমাপ্তি ঘটে। ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিবেশনত দেখা গ'ল অসংখ্য লোকৰ ভীৰ। অধিবেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা মুকলি অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। মন্ত্ৰী গৰাকীয়ে সংঘৰ মুখপত্ৰ খন উন্মোচন কৰি বহু গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে।অধিবেশন খন সাফসল্য মণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত প্ৰস্তুতিৰ পৰা সামৰনিলৈ জড়িত হৈ থাকে আদৰণি সমিতিৰ সভাপতি তথা জি এম ডিএৰ চেয়াৰমেন নাৰায়ন ডেকা।

13/02/2023

After two years of military coup Myanmar heads nowhere

Nava Thakuria

Guwahati: The large section of people in Myanmar (known as Burma and Brahmadesh) observed a silent protest on 1 February marking two years of the military coup and subsequent public resistance movement against the military junta across the south-east Asian nation. The international media (if not the government-controlled newspaper and news channels) reflected the deserted urban and rural areas of Myanmar highlighting the continued opposition to the Min Aung Hlaing military brigade.

“Commemorating the two-year anniversary of the people’s resistance against the illegal failed coup, cities and towns nationwide participated in the silent strike. Many roads and streets were deserted including in Yangon, Mandalay, Monywa, Dawei, and others despite being threatened by the junta. The shops and street vendors in Yangon were ordered by the junta-controlled municipalities to open on 1 February, but they did not obey it even though their licenses may be revoked,” said a civil rights activist.

Speaking to this writer from Yangon (formerly Rangoon), the activist, who wanted anonymity also added that the military rulers have lately extended the state of emergency for another six months (till July 2023). It shows the failure and desperation of Min Aung Hlaing and his armed forces (popularly known as Tatmadaw) while taking full control of the poverty-stricken country of 55 million population. They are facing armed opposition from People’s Defence Forces, Ethnic Revolutionary Organizations and others in various localities, added the activist.

Lately the junta has imposed martial law in townships of Sagaing, Magwe, Tanintharyi along with Yangon and Bago region as well as Karen, Karenni, Mon and Chin States. Most of these localities are still under the control of resistance forces. The imposition of martial law may pave the way for military personnel to continue targeting members of revolutionary forces and also civilians in more brutal ways. Needless to say, the junta has used airstrikes on a number of villages to teach the agitating residents a lesson.

Since 1 February 2021, 2,940 civilians have been killed by the Burmese authorities and 17,572 arrested among whom 13,763 are still behind the bars. Over a hundred media personnel were also detained by the Min Aung Hlaing led military council and more than 25 are still inside various jails of the country of Pagodas. Nobel laureate Aung San Suu Kyi, who leads the National League for Democracy, has been imprisoned for over 30 years by the military controlled courts following motivated allegations raised by the dictators.

While a large section of people in Thailand, Philippines, Korea, Japan, etc organized protest demonstrations on 1 February showing solidarity with the resilient people of Myanmar. Many nations like Australia, Canada, UK, USA, etc imposed heavy sanctions against the junta, but its neighbours namely China, Thailand, Bangladesh and India remain undecisive over it as their respective governments have geopolitical and economic interests in Myanmar. Nonetheless, the junta still can rely on the supply of arms from Russia and China.

Recently the foreign ministers of south-east Asia, while meeting in Jakarta of Indonesia, urged the military rulers of Myanmar to reduce violence and allow unhindered delivery of humanitarian aid to pave the way for a national dialogue aimed at ending the country's worsening crisis. The meeting under the initiatives of Association of Southeast Asian Nations even avoided inviting the Myanmar foreign minister, even though it’s an ASEAN member, as the military regime failed to fulfill many promises made to the forum.

 # অখিল গগৈৰ প্ৰকৃততে মাওবাদিৰে সম্পৰ্ক আছেনেকি? #কিয় বাৰে বাৰে চৰকাৰৰ ৰোষত পৰিছে বিধায়ক গগৈ? #আপুনিও পেৰণ কৰিব পাৰে আপো...
13/02/2023

# অখিল গগৈৰ প্ৰকৃততে মাওবাদিৰে সম্পৰ্ক আছেনেকি?
#কিয় বাৰে বাৰে চৰকাৰৰ ৰোষত পৰিছে বিধায়ক গগৈ?
#আপুনিও পেৰণ কৰিব পাৰে আপোনাৰ মতামত

13/02/2023

এইবাৰ দিল্লীত কোন দলৰ চৰকাৰ হব!
জনাওক আপোনাৰ মতামত।

13/02/2023

আপুনি Global News ৰ সৈতে জড়িত হব বিচাৰে নেকি?
তেতিয়া হলে আপোনাৰ ওচৰত থকা যিকোনো খবৰ প্ৰেৰণ কৰক
তলৰ WhatsApp number লৈ
*****9395612102 *****

12/02/2023

দিল্লী লৈ যোৱা আপ অসমৰ সজাতি দলে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ লগত মত বিনিময় কৰে।

12/02/2023

সাংসদ দিলীপ শইকীয়াৰ সংবাদমেল

অসমৰ নতুন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া । ৰাজস্থানৰ জয়পুৰৰ ।
12/02/2023

অসমৰ নতুন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া । ৰাজস্থানৰ জয়পুৰৰ ।

12/02/2023

কি হব অখিল গগৈৰ ভৱিষ্যত?

11/02/2023

*শিৱসাগৰ আৰক্ষী অধীক্ষক সংবাদ মেল*
*মুখ্য মন্ত্ৰী নিৰ্দেশনাৰ পিছত কঠোৰ অসম আৰক্ষী ।*
বাল্য বিবাহৰ বিৰুদ্ধে যোৰদাৰ অভিযান চলাইছে
শিৱসাগৰ আৰক্ষীয়ে এতিয়া লৈকে ২৪ জনক আটক কৰা বোলি সংবাদ মাধ্যমৰ আগত জানিবলে দিয়ে । শিৱসাগৰ আৰক্ষী অধীক্ষককে ।শিৱসাগৰ জিলাৰ আৰক্ষী থানাত সৰ্বাধিক বাল্য বিবাহৰ গোচৰ থাকা বোলি জানিব দিয়ে শিৱসাগৰ আৰক্ষী অধীক্ষক জনে। জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।মুঠ ২৪ গৰাকী লোক।

11/02/2023

বিলাসীপাৰাত এগৰাকী পঞ্চায়ত সভাপতিৰ জনপ্ৰিয়তা ,শগুণমাৰী গাঁও পঞ্চায়তৰ উন্নয়নৰ প্ৰতি উৎফুল্লিত হৈ AIUDF আৰু বিভিন্ন দলৰ পৰা প্ৰায় তিনি শতাধিক পুৰুষ মহিলাই আজি পঞ্চায়ত সভাপতি আতোৱাৰ হোসেনেৰ সহকৰ্মী হিচাপে যোগদান কৰে,

22/11/2022

মুম্বাইৰ অসম ভৱনত
লাচিত বৰফুকনৰ ৪০০তম্ জন্ম জয়ন্তী উদযাপন----
অসম ভৱনৰ ল‍াচিতৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনৰে স্মৰণ মহাবীৰ গৰাকীক।অসমীয়া জাতিৰ সৌৰ্য্য বীৰ্জৰ প্ৰতীক লাচিত বৰফুকনৰ বীৰত্বক আলোচনা কৰা হয় চত্ৰপতি শিৱাজীৰ ৰাজ্যত।জালুকবাৰী সমষ্টিৰ সাংবাদিকৰ উদ্যোগত উদযাপন কৰা হয় লাচিতৰ জন্মজয়ন্তী।অসমৰ সৰ্বকালৰ বীৰনায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাজ্ঞলি অনুষ্ঠান আৰু আলোচনা চক্ৰ।অনুষ্ঠানত সহযোগ কৰে মুম্ব‍াইৰ অসম ভৱন কতৃপক্ষ আৰু অতিথি সকলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ শৰ্মাৰ পৃষ্ঠপোষকতাত সাংবাদিকৰ দলটোয়ে উদযাপন কৰিলে লাচিত দিৱস ।

22/11/2022

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কুৰিহামাৰী গাঁৱত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ।বৰক্ষেত্ৰীৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত কুৰিহামাৰী গাঁৱত ১০ ফুট দৈৰ্ঘ্যৰ এডাল অজগৰ সাপ উদ্ধাৰ কৰে স্থানীয় ৰাইজে।জানিব পৰা মতে সাপটো কুৰিহামাৰী গাঁৱৰ সান্তৰ আলী নামৰ ব্যক্তিৰ ঘৰৰ কুকুৰা চৰাইৰ ঘৰত প্ৰৱেশ কৰিছিল অজগৰটোয়ে সান্তৰ আলীৰ ঘৈনীয়েকে কুকুৰা চৰাই এৰি দিবলৈ লওতে প্ৰত্যক্ষ কৰে সাপটো।সাপটো স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখি শিয়ালমাৰী থানাত খবৰ দিয়ে আৰু শিয়ালমাৰী থানাৰ দুজনমান আৰক্ষীয়ে ঘটনাস্থলীত গৈ সাপটো উদ্ধাৰ কৰি ব্ৰহ্মপুত্ৰ নদীত এৰি দিয়ে বুলি জানিব দিয়ে স্থানীয় ৰাইজে।

22/11/2022

#'মেঘালয়লৈ নাযাব'- অসম আৰক্ষীৰ বাধা
#সীমান্তত গুলিয়াগুলী ঘটনা

Address

House No 33 Opposite To HP Petroleum Pump, VIP Road Chachal
Guwahati
781022

Alerts

Be the first to know and let us send you an email when Global News NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Global News NE:

Share