Prime News Northeast 365

Prime News Northeast 365 শুদ্ধ খৱৰ পলকতে...

02/07/2025

#সাংবাদিকতা মাজতেই সময় উলিয়াই গীতৰ চৰ্চা ডিব্ৰুগড়ৰ জীয়ৰী পূৰবী প্ৰিয়া।পুৰবী প্ৰিয়াৰ সুমধুৰ কণ্ঠত নিগৰিছে এটা পাছত আন এটা
আপোনাৰ মোৰ জনপ্ৰিয় গীত।তাৰেই ভিতৰত গীত সমূহৰ কেইশাৰী মান শুনকচোন।
Prime News Northeast 365 পূৰবী প্ৰিয়া

30/06/2025

#লাহৰীঘাটত বুজনসংখ্যক বনৰীয়া চৰাইসহ চিকাৰী গ্ৰেপ্তাৰ। আৰক্ষীয়ে জব্দ কৰে বহু দুৰ্লভ প্ৰজাতিৰ চৰাই। গ্ৰেপ্তাৰ কৰে এটা চোৰাং চিকাৰীক। অন্য এটা চিকাৰী পানীত জঁপিয়াই পলায়ন কৰিবলৈ সক্ষম হয়।

30/06/2025

এই গাড়ী খনৰ ড্ৰাইভাৰ জনৰ সাহস মানিব লাগিব দেই।সৰু ঠেক ৰাষ্টাতোত কেনেদৰে গাড়ীখন ঘূৰাইছে আপোনা মোৰ মাঠা নষ্ট হৈ পৰিব।
ভিদিঅটি সম্পূৰ্ণ চালে অনুমান কৰিব পাৰিব ড্ৰাইভাৰ জনৰ সাহস কিমান??

Prime News Northeast 365

15/06/2025

#মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ জিলাবাসীক সম্বোধন কৰি অন্তিমটো বাৰ্তা। তেখেত নগাঁৱৰ জিলা আয়ুক্ত হিচাপে বদলি হৈছে।
#মৰিগাঁও Morigaon District Administration Prime News Northeast 365

11/06/2025

📌লাহৰীঘাটৰ কুশতলি সাপ্তাহিক বজাৰত ধানৰ কম মূল্যক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
📌প্ৰতি মোন ধানত৫০০/৬০০ টকাত ক্ৰয় কৰিব বিচৰাত জাঙুৰ খাই উঠে কৃষক
📌ধানৰ উচিত মূল্য নাপাই কৃষকসকলে ঘৰলৈ ঘূৰাই লৈ গ'ল বস্তাই বস্তাই ধান
📌পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত লাহৰীঘাট আৰক্ষী
Prime News Northeast 365 Morigaon District Administration

01/06/2025

#মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ ব্যক্তিক্ৰমী অনুষ্ঠান কণ কণ ল'ৰা ছোৱালী সৈতে দেওবৰীয়া আড্ডা।গ্ৰীছ দেশৰ কথাৰে আৰম্ভ কৰে দেওবৰীয়া আড্ডা। কোনোবাই যদি নিজৰ মনৰ কথাবোৰ ডাঙৰ মানুহৰ আগত ভালকৈ খুলি কব পাৰে ।সেয়া কিন্তু ডাঙৰ কথা। সাধুকথা কব পৰা হব লাগিব।শুনিব পৰা হব লাগিব।কণ কণ ল'ৰা ছোৱালীৰ সৈতে দেওবৰীয়া আড্ডাত অংশ লোৱা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ এনে ব্যাতিক্ৰমী অনুষ্ঠানটোৱে ৰাইজৰ মাজত ব্যাপক উৎসাহ আৰু জনপ্ৰিয়তা আনিলে।
Morigaon District Administration Prime News Northeast 365

31/05/2025

📌ধাৰাষাৰ বৰষুণৰ মাজতে মৰিগাঁৱত সেনাবাহিনী, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ মাজত কপিলী নৈত যুটীয়া অনুশীলন
📌বাৰিষাৰ বতৰত যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু মৰিগাঁও জিলা প্ৰশাসন :: জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
Morigaon District Administration Prime News Northeast 365

25/05/2025

#চাইবাৰ অপৰাধীৰ বিৰুদ্ধে তৎপৰ মৰিগাঁও আৰক্ষী , লাহৰীঘাটত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এক্সন মুডত ASP সমীৰণ বৈশ্য। লাহৰীঘাট বজাৰৰ মাজমজিয়াস্থিত বাসগৃহত অভিযানত চলাই গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী হাৰুণ অল ৰছিদ।

23/05/2025

#অৱশেষত আটক হ'ল শৃংখল চলিহা।শিৱসাগৰ আৰু ডিব্ৰুগড় আৰক্ষীৰ যৌথ অভিযানত আটক শৃংখল চলিহা।চেপন আৰু মৰাণৰ সীমাত আটক শৃংখল চলিহাক ।

21/05/2025

লাহৰীঘাট সমজিলাৰ আৰক্ষীৰ অধীক্ষক দিগন্ত বৰুৱাৰ এক্সন আৰম্ভ।
লাহৰীঘাট অঞ্চলত এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰা ইৰিক্সা(টমটম)ৰ বিৰুদ্ধেও কঠোৰ আৰক্ষী প্ৰশাসন।
লাহৰীঘাটত পথৰ দাঁতিত অবৈধ ভাবে দোকান পোহাৰ দি অহা লোকসকলক অতি শীঘ্ৰেই ঠাই খালী কৰা নিৰ্দেশ আৰক্ষী অধীক্ষক গৰাকীৰ।

11/05/2025

📌৪৩নং বৰবৰি গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী ফৰিদা খানমৰ জয়।
📌লাহৰীঘাট বজাৰৰ সকলোৰে পৰিচিত ৰহুল আমিনৰ সহধৰ্মিনী ফৰিদা খানমৰ জয়লাভ কৰে বৰবৰি গাঁও পঞ্চায়তৰ ৪নং ৱাৰ্ডত।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Prime News Northeast 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share