IND Axom 24

IND Axom 24 IND Axom is a Web Portal Channel from Assam & North East connecting people from different communities and providing a platform to all members.

29/07/2025

সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ সৰ্ববৃহৎ উচ্ছেদ অভিযান।বুলড'জাৰেৰে এফালৰ পৰা ভাঙি যোৱা হৈছে বেদখলকাৰীৰ ঘৰ-দুৱাৰ।

29/07/2025

সংগ্ৰামী সেনা অসমৰ তিনিচুকীয়া জিলা সমিতি গঠন

29/07/2025

শিৱসাগৰত ৱাৰিআৰচ নগৰ আঞ্চলিক সমিতিৰ শিৱসাগৰ জিলাৰ বানমূখ গোহাঁই গাঁৱত এক প্ৰশিক্ষণ কাৰ্য্যসূচী ৰূপায়ন কৰে।

28/07/2025

এটি কণমানিৰ প্ৰতিভাই মুগ্ধ কৰি তুলিছে সকলোকে।প্ৰচাৰবিমুখ এই কণমানিটো মাত্ৰ তিনিবছৰ বয়সৰে পৰা নৃত্যৰ সৈতে জড়িত হৈ ৰাইজৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

28/07/2025

▶️নাজিৰাত কামাখ্যা প্ৰসাদ তাছা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতৃকিতি দাহ।

28/07/2025

▶️আজুৰ উদ্যোগত শিশু নাট কৰ্মশালা ৷

26/07/2025

▶️মুনু তুমি যতেই আছা ঘৰলৈ ঘুৰি আহা"এগৰাকী পত্নীক এনেদৰে কাতৰ আহ্বান জনাইছে নিজ স্বামীয়ে।

26/07/2025

শিৱসাগৰ বেতবাৰী বালিবাট চাৰিআলিত
সুৰ‌ সমলয় কলা সংস্থানৰ উদ্যোগত তথা সূৰ্যোদয় নাট্যগোষ্ঠী আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা গায়ন বায়ন কৰ্মশালাৰ যোৱা ১৮ জুলাইত সামৰণি পৰে।

সাতদিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালা খনত স্থানীয় বহু সংখ্যক শিশুক গায়ন বায়নৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰে।

বিশিষ্ট সমাজকৰ্মী মুক্তি গগৈ আৰু বিশিষ্ট লোক শিল্পী দ্বিজেন গগৈয়ে বন্তি প্ৰজ্বলনেৰে
কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি উদ্বোধন কৰে।

সামৰণি অনুষ্ঠানত শিশু সকলে গায়ন বায়ন পৰিৱেশন কৰাৰ উপৰিও বৰগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

মহাপুৰুষজনাৰ অনবদ্য সৃষ্টি গায়ন বায়নৰ প্ৰতি তৰুণ প্ৰজন্মক কাষ চপাই নিয়াৰ উদেশ্যে এই কৰ্মশালা অনুষ্ঠিত কৰা হয় বুলি সদৰি কৰিছে উদ্যোগক্তা সকলে।

26/07/2025

নামতিত বিদ্যুৎ বিভাগৰ অকমণ্যতা: নামতিৰ কৰুণাসাগৰ তিনি আলিত অঘটন : বিদ্যুস্পৃষ্ট এগৰাকী মহিলা সংকটজন অৱস্থাত চিকিৎসাধীন

26/07/2025
25/07/2025

গোলাঘাটৰ চকিটিং চাহ বাগিচাত চাহ শ্ৰমিক ৰ বিভিন্ন ধৰণৰ সমস্যা আৰু প্ৰাপ্য ৰ দাবীত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

25/07/2025

ৱাৰিৱৰ্চ শিৱসাগৰ জিলাৰ অন্তৰ্গত নগৰ আঞ্চলিক সমিতিৰ ১০জুলাইৰ পৰা কৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্য্যসূচী সামৰণি অনুষ্ঠানৰ কাৰ্য্যসূচী। আজি পশ্চিম যমুনা ৰোডত ছাত্র ছাত্ৰী সকলক লৈ সামৰণি অনুষ্ঠানত সহ:সম্পাদিকা কিৰণ বৰুৱা, বীনা দাস আৰু ৰীতা বৰদলৈ য়ে মন্তব্য আগবঢ়ায়। ছাত্র ছাত্রী সকলক আঞ্চলিক সমিতিৰ পৰা একোখন বহী আৰু পেঞ্চিল প্ৰদান কৰা হয়।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when IND Axom 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share