Chitrabon E-Magazine

Chitrabon E-Magazine Chitrabon || E-Magazine ‘‘চিত্ৰবন (তোৰে মোৰে আলোকৰে যাত্ৰা)”

28/05/2026

Fit নেত্ৰকাই…

"জোনবাই"ৰ প্ৰস্তুতি নেকি!

ইনষ্টাগ্ৰাম, ফেচবুক, ৱাটছএপৰ বাবে মেটাই আৰম্ভ কৰিছে পেইড চাবস্ক্ৰিপশ্যন 'মেটা প্লাচ'ইনষ্টাগ্ৰাম প্লাছ, ফেচবুক প্লাছৰ মূল...
28/05/2026

ইনষ্টাগ্ৰাম, ফেচবুক, ৱাটছএপৰ বাবে মেটাই আৰম্ভ কৰিছে পেইড চাবস্ক্ৰিপশ্যন 'মেটা প্লাচ'

ইনষ্টাগ্ৰাম প্লাছ, ফেচবুক প্লাছৰ মূল্য হ'ব মাহিলী ৩.৯৯ ডলাৰ আৰু ৱাটছএপ প্লাছৰ মূল্য হ'ব প্ৰতি মাহে ২.৯৯ ডলাৰ

'মেটা প্লাচ'

ইনষ্টাগ্ৰাম $3.99/month (৩৮৩.৪৭টকা)
ফেচবুক $3.99/month (৩৮৩.৪৭টকা)
ৱাটছএপ $2.99/month (২৮৭.৩৬টকা)

মেটাৰ নতুন চাবস্ক্ৰিপশ্যন ব্যৱস্থা

28/05/2026

১৯৯২ চন, সোণৰ পদক আৰু জুবিন গাৰ্গ

আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পাশ্চাত্য একক সংগীত প্ৰতিযোগিতা

জুবিন গাৰ্গৰ প্ৰথমগৰাকী বেণ্ড মেনেজাৰ জয়ন্ত বৰদলৈয়ে ক'লে কেনেদৰে সৃষ্টি হৈছিল জুবিন গাৰ্গে সোণৰ পদক লাভ কৰা সেই গীতটি…

আজি অভিনেতা অৰুণ নাথৰ ওপজা দিনসু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে চিত্ৰবনৰ তৰফৰ পৰা তেখতলৈ জন্মদিনৰ শুভেচ্ছা
28/05/2026

আজি অভিনেতা অৰুণ নাথৰ ওপজা দিন

সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে চিত্ৰবনৰ তৰফৰ পৰা তেখতলৈ জন্মদিনৰ শুভেচ্ছা

28/05/2026

জনপ্ৰিয় বৈভৱ সূৰ্যবংশী

ষ্টাৰ ক্ৰিকেটাৰৰ নামৰ জাৰ্ছী পৰিধান কৰিলে WWEৰ তাৰকা Drew McIntyre এ

ইনষ্টাগ্ৰামত ভিডিঅ’পোষ্ট কৰি ৰাজস্থান ৰয়েলছৰ বৈভৱ সূৰ্যবংশীক জনালে সমৰ্থন।


28/05/2026

উছু খেলেৰে বিশ্ব দৰবাৰত জিলিকিছে অৱন্তিকা দাস

দুটাকৈ ৰূপৰ পদক জয়ী কৰিলে প্ৰতিভা গৰাকীয়ে…

নিমন্ত্ৰণী পত্ৰ…তামোল-পান নিদিলেও পঢ়িবনে?চাওতে চাওতে তিনিটা বছৰ গৰকিলে আমাৰ "চিত্ৰবন"এ। চিনেমা, গান, চুটি ছবিকে ধৰি তিনি...
28/05/2026

নিমন্ত্ৰণী পত্ৰ…
তামোল-পান নিদিলেও পঢ়িবনে?

চাওতে চাওতে তিনিটা বছৰ গৰকিলে আমাৰ "চিত্ৰবন"এ। চিনেমা, গান, চুটি ছবিকে ধৰি তিনি বছৰত আমি ক্ৰীড়া, সাহিত্য আৰু প্ৰকৃতিকো সামৰিলোঁ।

আপোনালোকৰ মৰমে লাহে লাহে আমাৰ "চিত্ৰবন"ৰ পৰিয়ালটোক ডাঙৰ কৰি গৈছে। আমিও পূৰ্বতকৈ অধিক খবৰ দিয়াৰ চেষ্টা কৰিছোঁ (কেতিয়াবা আপোনাৰ চিনেমাৰ খবৰটো যদি ৰৈ যায় তেতিয়াহ'লে পিতিককৈ মেছেজ এটা দি দিব)। আপোনাৰ চিনাকী, অচিনাকী, মা-দেউতা, মহা-মাহী, পেহা-পেহী আৰু বাকী ৰৈ যোৱা সকলোৰে লগতে আপোনাৰ (সেইজনকো) আমাৰ পেজখনৰ নামটো জনাই থৈ "ফ'ল" কৰিবলৈ ক'ব চোন।

বাকী আপোনালোক আটাইলৈ ধন্যবাদ। আমাৰ "চিত্ৰবন"ৰ পৰিয়ালৰ ওচৰত আমি কৃতজ্ঞ।

প্ৰকৃতিৰ পুত্ৰ জুবিন গাৰ্গৰ স্মৰণত"বিশ্ব পৰিৱেশ দিৱস"ত গছপুলি ৰোপণ৫ জুন, বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটোৰ সৈতে সংগতি ৰ...
27/05/2026

প্ৰকৃতিৰ পুত্ৰ জুবিন গাৰ্গৰ স্মৰণত

"বিশ্ব পৰিৱেশ দিৱস"ত গছপুলি ৰোপণ

৫ জুন, বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আৰু Daffodil Nurseryৰ সহযোগত আয়োজন কৰা হৈছে "গছপুলি ৰোপণ কাৰ্যসূচী"। পুৱা ৭ বজাৰ পৰা সোণাপুৰৰ বিভিন্ন স্থানত ৰূপায়ণ কৰা হ'ব এই কাৰ্যসূচী।

আই পি এলত অনন্য অভিলেখ বৈভৱ সূৰ্যবংশীৰএটা ছিজনত সৰ্বাধিক চিক্সাৰৰ অভিলেখ ক্ৰিচ গেইলৰ অভিলেখ ভংগ কৰি ৬১ টা চিক্সাৰ বৈভৱ স...
27/05/2026

আই পি এলত অনন্য অভিলেখ বৈভৱ সূৰ্যবংশীৰ

এটা ছিজনত সৰ্বাধিক চিক্সাৰৰ অভিলেখ

ক্ৰিচ গেইলৰ অভিলেখ ভংগ কৰি ৬১ টা চিক্সাৰ বৈভৱ সূৰ্যবংশীৰ

১৪ বছৰৰ পাছত ভংগ এই অভিলেখ...

অসমৰ "বিৰাট"ৰ খেললৈ অপেক্ষাৰত অসমবাসী…আজি শেষ হাঁহি মাৰিব কোনে?RR নে SRH ?
27/05/2026

অসমৰ "বিৰাট"ৰ খেললৈ অপেক্ষাৰত অসমবাসী…

আজি শেষ হাঁহি মাৰিব কোনে?

RR নে SRH ?

Address

Zeal Creations, H. No 8, 5QCM+GC9, SBI Officers' Colony, Ambikagiri Nagar Path, Hatigarh Chariali
Guwahati
781024

Alerts

Be the first to know and let us send you an email when Chitrabon E-Magazine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Chitrabon E-Magazine:

Share

Category