DpeopleS TIME

DpeopleS TIME positive Information and infomative video. Culture and Science. folk and social issue.

20/06/2025

ৰাভাদেৱ ক'ত নাই?...
এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাঞ্জলি জনালো








#কলাগুৰু
#ৰাভাসংগীত

15/06/2025

আজি হেনো পিতৃ-দিৱস।
পিতালৈ শ্ৰদ্ধাঞ্জলি জনালো।

14/06/2025

ডাঙৰ কিতাপ কিয় সহজতে নজ্বলে?



অভিধান বা তেনে কলেবৰৰ কিতাপ সহজতে নজ্বলে। কিন্তু কিয়?

দহন হ'ল এক ৰাসায়নিক বিক্ৰিয়া । কাৰ্বন যুক্ত পদাৰ্থ‌ৰ অক্সিজেনৰ লগত বিক্ৰিয়া হ'লে কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আৰু শক্তি উৎপন্ন হয় । তাকে দহন (combustion) বুলি কোৱা হয়। দাহিত সামগ্ৰী এটাত কাৰ্বনৰ সংখ্যা যিমানে বেছি হয়, এই তিনিবিধৰ উৎপাদনো সিমানে বেছি হয় ।

কিতাপৰ কাগজবোৰ তৈয়াৰ কৰা হয় ছেলুল'জৰ পৰা । ছেলুল'জৰ উৎস হ'ল গছ । ৰাসায়নিকভাৱে ছেলুল'জ কাৰ্ব'হাইড্ৰেট নামৰ জৈৱ যৌগৰ সমষ্টি এটাৰ সদস্য আৰু কাৰ্ব'হাইড্ৰেটসমূহ হ'ল মূলত: কাৰ্বন, হাইড্ৰ'জেন আৰু অক্সিজেনৰ একো একোটা বৃহৎ গোট ।

কাগজৰ দহন হ‌ওঁতে বায়ুমণ্ডলত থকা অক্সিজেনৰ অণুবোৰ কাৰ্ব'হাইড্ৰেটৰ অণুবোৰৰ লগত সংযোজিত হৈ কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আৰু তাপ(শক্তি) উৎপাদন কৰে ।
কাগজ জ্বলিবলৈ প্ৰয়োজন হয় অক্সিজেনৰ । গতিকে কিতাপ এখন সম্পূৰ্ণৰূপে তেতিয়াহে জ্বলিব যেতিয়া কিতাপখনৰ প্ৰতিখন কাগজত থকা প্ৰতিটো ছেলুল'জৰ অণুয়ে অক্সিজেনৰ অণুৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাব ।

শকত কিতাপ এখন যদি কিবা কাৰণত জুইৰ সংস্পৰ্শলৈ আহে, তেন্তে কিতাপখনৰ বাহিৰ ভাগ বায়ুত থকা অক্সিজেনৰ সংস্পৰ্শত থকা বাবে আংশিকভাৱে জ্বলাৰ সম্ভাৱনা থাকে যদিও ভিতৰৰ কাগজ বোৰ ক্ষেত্ৰত এই পৰিঘটনা সম্ভৱ নহয় । গতিকে অগ্নিকাণ্ডৰ পাছত বৃহৎ কলেবৰৰ কিতাপ বোৰ আংশিকভাৱে জ্বলা অথবা প্ৰায় নজ্বলাকৈয়ে ৰৈ যায়।
এয়া কোনো বিৰল পৰিঘটনা নহয় ।

বি:দ্ৰ: এই বিষয়ত বিজ্ঞসকলে বিশদ ব্যাখ্যা আগবঢ়াবচোন।

Copied

12/06/2025

ভয়াৱহ বিমান দূৰ্ঘটনা। জীৱন
জীৱন

07/06/2025

ঈদ মোবাৰক

11/05/2025

জয় হিন্দ্

09/05/2025

জয় হওক ভাৰতবাসীৰ

04/05/2025

গঞাৰ গাৱলীয়া উজাগৰ ৰাতি

02/05/2025

আজিও ৰাতি উজাগৰে পাৰ কৰে গঞাই

01/05/2025

শ্ৰমিক দিৱসৰ শুভকামনা জনালো।

বেহাৰবাৰী অউটপোষ্টৰ জনপ্ৰিয় অভিনেতা বসুদাৰ অকালবিয়োগ। শোকস্তব্ধ গুণমুগ্ধ।
23/04/2025

বেহাৰবাৰী অউটপোষ্টৰ জনপ্ৰিয় অভিনেতা বসুদাৰ অকালবিয়োগ।
শোকস্তব্ধ গুণমুগ্ধ।

17/04/2025

সকলোৱে কুশলে থাকক। ৰঙালীৰ ৰঙবোৰ স্থায়ী হৈ পৰক।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when DpeopleS TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DpeopleS TIME:

Share

Category