13/09/2023
নগাঁওৰ CHOMUAGAON ESAAR তেল দিপুত তেল ভৰাওঁতে সাৱধান হওঁক সকলো।
এদিন দুদিন নহয় সদাই তেওঁলোকে তেল চুৰ কৰে। যোৱা কালি গাঁৱৰ দাদা কেইজন মানে হাতে লোতে তেওঁলোক ধৰা পেলাইছে। ১৩০০ টকাৰ তেল ভৰাইছে তেওঁলোকে কিন্তু ৫০০ মান টকাৰ তেল মাৰি দিছে।। গতিকে সকলো সাৱধান হওঁক CHOMUAGAON ESSAR ত TEL ভৰাওঁতে।