01/09/2026
📌গুৱাহাটীত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (অসম)ৰ
নতুন মুখ্য কাৰ্যালয়ত TMC অসমৰ সংবাদ মেল।
📌নগাঁও লোক সভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কি কি থাকিব লাগিব যোগ্যতা।
📌কি কলে বিধায়ক শ্বেৰমান আলী আহমেদ আৰু ৰাজ্যসভাৰ সাংসদ তথা AITC ৰ Chief Whip নাদিমুল হক।
Sherman Ali Ahmed