Prime Newz

Prime Newz a news web portal from assam

22/06/2023

ৰঙিয়াৰ হীৰাগাটাত হোৱা ঘটনাৰ নতুন মোৰ

দিনৰ ভাগত গুলীচালনা কৰি দহ লাখ টকা লুটি নিয়া বুলি অভিযোগ কৰিছিল জাহান আলী

কিন্তু আৰক্ষীৰ অনুসন্ধানত ওলাল আছল ঘটনা

সংঘটিত হোৱা নাছিল কোনো ধৰণৰ গুলীচালনা ঘটনা

ধন লুটৰ ঘটনাটো সম্পূৰ্ণ মিছা

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ নেতৃত্বত এটা দলে শিবশেনা মুৰব্বী তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ...
21/06/2023

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ নেতৃত্বত এটা দলে শিবশেনা মুৰব্বী তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ

অজপ ৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ সভাপতি ছমচেৰ সিঙ আৰু মুখপাত্ৰ জিয়াউৰ ৰহমান উপস্থিত থাকে এই বৈঠকত

যুৱনেতা অৰ্ণৱ ভড়ালীক অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি দিয়ে সভাপতি অতুল বৰাই  দুটা দশক ধৰি দলট...
16/06/2023

যুৱনেতা অৰ্ণৱ ভড়ালীক অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি দিয়ে সভাপতি অতুল বৰাই

দুটা দশক ধৰি দলটোৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি আহা অৰ্ণৱ ভড়ালী অগপৰ সভাপতি অতুল বৰাৰ অতি ঘনিষ্ঠ

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিধায়ক দিগন্ত কলিতা সহ বহু কেইজন ৰাজনীতিবিদে শুভেচ্ছা জ্ঞাপন কৰে যুৱ নেতাজনক

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যুৱ নেতা জনক দলৰ গুৰুত্বপূৰ্ণ পদবীত স্থান দিয়াক লৈ আগন্তুক সময়ত দলটো আৰু অধিক শক্তিশালী হব বুলি কয় দলৰ নেতা কৰ্মীয়ে

ইফালে অৰ্ণৱ ভড়ালীৰ গৃহ চহৰ ৰঙিয়াতো ইয়াক লৈ অগপ নেতা কৰ্মীসকল উৎসাহিত হৈ পৰিছে

বিটিআৰ ত জলসিঞ্চন বিভাগত চৰম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছেজলসিঞ্চন বিভাগৰ ১০০ কোটি টকাৰ আঁচনিৰ নিবিদা প্ৰক্ৰি...
25/05/2023

বিটিআৰ ত জলসিঞ্চন বিভাগত চৰম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে

জলসিঞ্চন বিভাগৰ ১০০ কোটি টকাৰ আঁচনিৰ নিবিদা প্ৰক্ৰিয়াত সংঘটিত হৈছে চৰম অনিয়ম

এটেনচন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া

একাংশ বিষয়াই সম্পূৰ্ণ ৰূপে হাতেৰে মোহাৰি পেলাইছে সকলো নীতি নিয়ম

চৰকাৰী নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই আবন্টন দিছে ১০০ কোটি টকাৰ কাম

ঘটনা অনুসৰি আঁচনিৰ অধীনত প্ৰায় ১০০ কোটি টকাৰ কামৰ বাবে নিবিদা আহ্বান কৰিছিল

নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি L1 হোৱা ঠিকাদাৰে লাভ কৰিব লাগে কাম , যদিহে L1 এ কামটো নকৰে তেন্তে L2 এ কামটো পাব লাগে কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি L1 এ কামটো নকৰিলে L3 ক কামটো দিছে ।

আনহাতে কিছুমান কামত L1 তিনি জন ঠিকাদাৰ হৈছে কিন্তু কামটো আবন্টন দিছে দুজনক ।
এনেকুৱা বহু অনিয়ম সংঘটিত হৈছে বিটিআৰ ৰ জলসিঞ্চন বিভাগত

এইক্ষেত্ৰত নাম উচ্চাৰিত হৈছে বিটিআৰৰ জলসিঞ্চন বিভাগত বিনোদ ডেকা , কাৰ্যবাহী অভিযন্তা জনৈক বড়ো , সহকাৰী কাৰ্যবাহী অভিযন্তা ৰমিজ আহমেদৰ

জানিব পৰা মতে অচিৰেই মুখ্যমন্ত্ৰীক সমগ্ৰ ঘটনা সম্পৰকে এক অভিযোগ দিব বঞ্চিত একাংশ ঠিকাদাৰে

অতি শীঘ্ৰে এই সন্দভত বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাব

28/04/2023

কন্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্ৰী শিল্পীৰ বাহন দূৰ্ঘটনাগ্ৰস্ত

নগাঁওৰ আমনিত এখন ট্ৰাকে ভুল দিশৰ পৰা খুন্দিয়ালে ইনভা বাহনখনত

নিশা লক্ষীমপুৰত অনুষ্ঠান পৰিবেশন কৰি গুৱাহাটীলৈ আহি আছিল

জানিব পৰা ট্ৰাকখনৰ নাই ইঞ্চুৰেঞ্চ তথা ফিটনেচ চাৰ্টিফিকেট

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিব লৈছিল ট্ৰাকখন কিন্তু ৰাইজৰ তৎপৰতাত জব্দ কৰে ট্ৰাকখন

19/04/2023

চীনক চেৰ পেলাই ভাৰতে জনসংখ্যাৰ ফালৰ পৰা প্ৰথম স্থান দখল কৰিলে

বিহুৰ বতৰত দুইকণমাণি বিহুৱা বিহুৱতী
15/04/2023

বিহুৰ বতৰত দুইকণমাণি বিহুৱা বিহুৱতী

*কি চলিছে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন নিগমত*👉 কোন কোন প্ৰতিষ্ঠানক দিয়া হৈছে কোটি টকাৰ কাম👉 কিমান শতাংশ কমিচন দিব লাগে...
12/04/2023

*কি চলিছে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন নিগমত*

👉 কোন কোন প্ৰতিষ্ঠানক দিয়া হৈছে কোটি টকাৰ কাম

👉 কিমান শতাংশ কমিচন দিব লাগে প্ৰতিষ্ঠান সমূহে

👉কোন কোন বিষয়া বা মন্ত্ৰীয়ে পাই ইয়াৰ ভাগ

👉এই সমস্ত ঘটনাৱলীৰ ওপৰত PRIME NEWS ৰ‌ এক Exclusive প্ৰতিবেদন

👉 PRIME NEWS ৰ হাতত পৰিছে এটা অডিঅ ৰেকৰ্ডিং

কয়লা, চুপাৰি,মাছ আদিৰ দৰে কাঠৰ চিণ্ডিকেট চলি আছে ৰাজ্যতকোন কোন মন্ত্ৰী, সাংসদ বা বিজেপি নেতা জড়িত এই ছিণ্ডিকেট চক্ৰতকা...
19/03/2023

কয়লা, চুপাৰি,মাছ আদিৰ দৰে কাঠৰ চিণ্ডিকেট চলি আছে ৰাজ্যত

কোন কোন মন্ত্ৰী, সাংসদ বা বিজেপি নেতা জড়িত এই ছিণ্ডিকেট চক্ৰত

কাৰ আশীৰ্বাদত প্ৰতি মাহে কোটি কোটি টকা সংগ্ৰহ কৰে এই চক্ৰটোৱে

কোন কোন মন্ত্ৰী বিধায়কে পাই এই ছিণ্ডিকেটৰ ধনৰ ভাগ

অতি সোনকালেই আমি ফাদিল কৰিম এই সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন

ফাদিল হব নেতা মন্ত্ৰীৰ নাম

PRIME NEWS. ৰ ষ্ট্ৰিং অপাৰেশ্যন

Exclusive on only prime news

ভাৰতীয় জনতা যুৱ মচাৰ নতুন সভাপতি হিচাবে ৠষভ ৰঞ্জন দাসক নিযুক্তিৰাজ্যিক সভাপতি সিদ্ধাকু অংকুৰ বৰুৱাই আজি বিজেপিৰ ৰাজ্যিক ...
09/03/2023

ভাৰতীয় জনতা যুৱ মচাৰ নতুন সভাপতি হিচাবে ৠষভ ৰঞ্জন দাসক নিযুক্তি

ৰাজ্যিক সভাপতি সিদ্ধাকু অংকুৰ বৰুৱাই আজি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অনুমোদন সাপেক্ষে নিযুক্তি দিয়ে

ৰঙিয়া পৌৰসভাই কাটি শেষ কৰিলে চহৰখনৰ অতি পুৰণি গছসমূহ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাধাৰণ জনতাই
02/03/2023

ৰঙিয়া পৌৰসভাই কাটি শেষ কৰিলে চহৰখনৰ অতি পুৰণি গছসমূহ

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাধাৰণ জনতাই

28/02/2023

ৰঙিয়া পৌৰসভাৰ সংবাদ মেল

এক এপ্ৰিলৰ পৰা বৃদ্ধি পাব নগৰৰ লোকৰ ঘৰ কৰ

বহু বছৰ ধৰি বৃদ্ধি হোৱা নাছিল গৃহ কৰ

চহৰৰ আবাসীৰ সা সম্পত্তিৰ জৰীপ চলাই নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে

এই ক্ষেত্ৰত যদি কাৰোবাৰ ওজৰ আপত্তি থাকে তেন্তে অহা ২০ মাৰ্চৰ ভিতৰত আপত্তি দৰ্শাব পাৰিব

আনহাতে ৰঙিয়া চহৰত হৈ থকা যান জতৰ ক্ষেত্ৰত এক সুপৰিকল্পিত আঁচনি লোৱা হৈছে বুলি জনায় উপ পৌৰপতি বিদ্যুৎ ডেকাই

Address

ZOO NARENGI Road
Guwahati
781003

Alerts

Be the first to know and let us send you an email when Prime Newz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prime Newz:

Share