NewzNow হামদেৰ জীৱন

NewzNow হামদেৰ জীৱন আপোনাৰ বিশ্বাস আমাৰ সততা। আমি সাজু হৈ?

নিবিড় ক্ষনত প্ৰেমাস্পদৰ কাষত স্বামীহন্তা!ৰাজ কুছৱাহাৰ সৈতে সোনমৰ ভাল দিনৰ ফটো
11/06/2025

নিবিড় ক্ষনত প্ৰেমাস্পদৰ কাষত স্বামীহন্তা!

ৰাজ কুছৱাহাৰ সৈতে সোনমৰ ভাল দিনৰ ফটো

11/06/2025

মন্দিৰৰ চৌহদত উদ্ধাৰ মাংসৰ টোপোলা

গো-মাংস বুলি সন্দেহ ৰাইজৰ

11/06/2025

পথ দুৰ্ঘটনাত পতিত বেংকৰ টকা কঢ়িয়াই নিয়া বাহন

তীব্ৰবেগী বলেৰ' পিক আপ বাহনে মাৰিলে প্ৰচণ্ড খুন্দা, দুজন আহত

মৰিগাঁৱৰ ঔজাৰীত সংঘটিত হৈছে এই ঘটনা

11/06/2025

অকলশৰীয়া হৈ পৰিছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ খলনায়িকা সোনম ৰঘুবংশী। মৃত ৰাজাৰ মাতৃক সাৱতি কান্দি উঠিল সোনমৰ ভাতৃ গোবিন্দ ৰঘুবংশীয়ে। হত্যা কাণ্ডত অভিযুক্ত ভগ্নী সোনমক ফাঁ*চী দিয়াৰ দাবী কৰিছিল ভাতৃ গোবিন্দই।

চেৰাপুঞ্জীৰ চোহৰাত পত্নীৰ চক্ৰান্তত প্ৰাণ যোৱা ৰাজা ৰঘুবংশীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিল মেঘালয়ৰ জনতাপ্ৰকৃতিৰ ৰম...
11/06/2025

চেৰাপুঞ্জীৰ চোহৰাত পত্নীৰ চক্ৰান্তত প্ৰাণ যোৱা ৰাজা ৰঘুবংশীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিল মেঘালয়ৰ জনতা

প্ৰকৃতিৰ ৰম্যভূমি ৰাজ্যখনক লৈ উৰাবাতৰি নিবিয়পাবলৈ আহ্বান মেঘালয়বাসীৰ

11/06/2025

ভৰলু ৰহস্যজনক অপহৰণক লৈ মুখ খুলিলে আৰক্ষীয়ে?

অপহৰণ নে অন্য উদ্দেশ্যৰে সংঘটিত কৰিছিল এই কাণ্ড?

শীর্ষ আৰক্ষী বিষয়াই কি ক'লে?

11/06/2025

পত্নীক সুৰক্ষা দিবলৈ গৈ আক্ৰমণৰ বলি চাহাদুল

বিতুয়ে হা*নি খু*চি আক্ৰমণ কৰিলে চাহাদুল ইছলামক

জেঠমহীয়া ৰ'দৰ তাপত গুৱাহাটীত অসহনীয় পৰিস্থিতিআপোনাৰ অঞ্চলত আজি দুপৰীয়াৰ সৰ্বাধিক তাপমাত্ৰা কিমান?
11/06/2025

জেঠমহীয়া ৰ'দৰ তাপত গুৱাহাটীত অসহনীয় পৰিস্থিতি

আপোনাৰ অঞ্চলত আজি দুপৰীয়াৰ সৰ্বাধিক তাপমাত্ৰা কিমান?

11/06/2025

পৰ্বতঝোৰাৰ বাসবাৰীত প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত প্ৰচণ্ড হতাহতি

তিনি হাজাৰ ছয় শ বিঘা মাটি আদানি গ্রুপত গতাই দিয়ক লৈ এই উত্তপ্ত পৰিস্থিতি পৰ্বতঝোৰাৰ বাসবাৰীত

মাটিৰ সীমা নিৰ্ধানৰ বাবে অহা প্ৰশাসনৰ বিষয়া,কৰ্মচাৰীসকলক বাধা প্ৰদান ৰাইজৰ

11/06/2025

বৃহৎ নদীবান্ধ বন্ধৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ তিনিচুকীয়া জিলাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

11/06/2025

ত্ৰিপুৰাৰ পৰা কাশ্মীৰলৈ যাব লাগে BSFৰ জোৱান

উত্তৰ-পূব সীমান্ত ৰেলৱেই BSFৰ জোৱানৰ বাবে এনে যাত্ৰা অনুপযোগী লেতেৰা ৰেল পঠিয়াই দিলে

BSF ৰ অভিযোগৰ বিপৰীতে ৰেলৱেৰ মতে এই ডবাসমুহ যাত্ৰীৰ বাবে নহয়, মেৰামতিৰ বাবেহে পঠোৱা হৈছিল

Address

House No/4, Samannay Path, Survey
Guwahati
781028

Alerts

Be the first to know and let us send you an email when NewzNow হামদেৰ জীৱন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow হামদেৰ জীৱন:

Share