Star News

Star News STAR NEWS ⭐️ Best singer award 2021

যুৱ নেতা মহচিন খানলৈ SCC যুৱ আদৰ্শ বঁটা-২০২৬Congratulations  to Mohsin Khan     Star News
20/07/2026

যুৱ নেতা মহচিন খানলৈ SCC যুৱ আদৰ্শ বঁটা-২০২৬
Congratulations to Mohsin Khan
Star News

18/07/2026
সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলি উঠিল বৰপেটা জিলাৰ মাজদিয়া গৰেমাৰী গাওঁৰ আনিছা আঞ্জুম । আজি নিশা ঘোষনা কৰা সৰ্ব ভাৰতীয় ...
18/07/2026

সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলি উঠিল বৰপেটা জিলাৰ মাজদিয়া গৰেমাৰী গাওঁৰ আনিছা আঞ্জুম ।
আজি নিশা ঘোষনা কৰা সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলি উঠিছে মাজদিয়া গাওঁৰ বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইনৰ জ্যেষ্ঠ কন্যা আনিছা আঞ্জুম ।
তেওঁ সৰ্ব ভাৰতীয় Rank 2659
সৰ্বমুঠ 571 নম্বৰ আৰু AIR rank 22527 লাভ কৰি আজি উতীৰ্ণ হৈছে ।
তেখেতৰ এই সাফল্যত বৃহত্তৰ মাজদিয়া গৰেমৰি অঞ্চলটোৰ এক আনন্দৰ পৰিৱেশ ।

Congratulations to Rahul Kalita
18/07/2026

Congratulations to Rahul Kalita

অসমৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ গৌৰৱৰ নতুন অধ্যায়।২০২৬ বৰ্ষৰ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোহাঁই, নয়নমণি শ...
18/07/2026

অসমৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ গৌৰৱৰ নতুন অধ্যায়।

২০২৬ বৰ্ষৰ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু লিছা দাসলৈ আন্তৰিক অভিনন্দন। তোমালোকৰ সাফল্যই সমগ্ৰ অসমক গৌৰৱান্বিত কৰিছে।

আগবাঢ়ি যোৱা—অসমবাসীৰ আশীৰ্বাদ আৰু শুভেচ্ছা সদায় তোমালোকৰ সৈতে আছে। Lovlina Borgohain

যন্তৰ-মন্তৰত CJP-ৰ প্ৰতিবাদস্থলীত ৰাইজৰ দলৰ ভাতৃ সংগঠনৰ প্ৰতিনিধি দলসোণম ৱাংচুক সাক্ষাৎ জাতীয় যুৱ বাহিনীৰ প্ৰতিনিধি দলৰ ...
17/07/2026

যন্তৰ-মন্তৰত CJP-ৰ প্ৰতিবাদস্থলীত ৰাইজৰ দলৰ ভাতৃ সংগঠনৰ প্ৰতিনিধি দল

সোণম ৱাংচুক সাক্ষাৎ জাতীয় যুৱ বাহিনীৰ প্ৰতিনিধি দলৰ
Sonam Wangchuk

সৰ্বভাৰতীয় NEET পৰীক্ষাত খৰিচালাৰ ছাবিনা খাতুনৰ ৫৩৬ নম্বৰ লাভছাবিনা খাতুন খৰিচালাৰ ছোৰহাব আলীৰ কন্যা। Star News
17/07/2026

সৰ্বভাৰতীয় NEET পৰীক্ষাত খৰিচালাৰ ছাবিনা খাতুনৰ ৫৩৬ নম্বৰ লাভ
ছাবিনা খাতুন খৰিচালাৰ ছোৰহাব আলীৰ কন্যা।
Star News

Congratulations to Shah Jahan Ali       Star News
17/07/2026

Congratulations to Shah Jahan Ali
Star News

টেম্পো চালকৰ পুত্ৰ হ'ব চিকিৎসক !!
17/07/2026

টেম্পো চালকৰ পুত্ৰ হ'ব চিকিৎসক !!

  to Asad Ali
17/07/2026

to Asad Ali

Address

Bangalore

Website

Alerts

Be the first to know and let us send you an email when Star News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Star News:

Shortcuts

Share