NEBharat24

NEBharat24 NE Bharat 24 is the most authentic and boldest news T.V.news platform. "Journalism" is the only profession that has the suffix of " ism.

" And as we all know, "ism" always indicates an ideology. In today's world of News and Media where, apparently, most of the organizations are striving to create sensationalism and that too, at the cost of accuracy and genuineness, we are NE Bharat 24, stubborn on conforming to the ethical standards of Journalism. NE Bharat is a Guwahati based Web news portal, initiated its journey in January 2021

and formally launched in April 2021. Within a span of 6 months we have successfully reached over 150k subscribers on our official page. Currently we are publishing our News and reports in Assamese language, however, we will be adding Hindi and English sections soon to reach out to a wider base of audience from the entire North East.

03/08/2025

স্বামীক হত্যা কৰি কি ক’লে পত্নীয়ে?

03/08/2025

উত্তম গগৈৰ হত্যাকাৰীৰ ঘৰত উদ্ধাৰ হ’ল অলংকাৰ

03/08/2025

নজৰুল ইছলামক "মহাগুৰু বঁটা ২০২৫" প্ৰদান
বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক তথা বিশিষ্ট নাট্যকৰ্মী নজৰুল ইছলাম

03/08/2025

মৰাণ আন্তঃক্লাব বি ডিভিজন ফুটবল খেলৰ সমৰণি
অভয়পুৰ ক্ৰীড়া প্ৰকল্প খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতা
বামলাইন নৱজ্যোতি সংঘৰ খিতাপ লাভ

03/08/2025

ৰাজধানী স্বৰ্ণ শাখা সাহিত‍্য আজি দ্বি-বাৰ্ষিক অধিবেশন
শ্রীমন্ত শংকৰদেৱ-মাধৱদেৱ সেৱা সংঘত এই অনুষ্ঠান
সভাত উপস্থিত থাকে বহুতো বিশিষ্ট ব‍্যক্তি তথা সমাজসেৱক
অতিথিৰ বক্তব‍্য অৰু সংগীত নৃত‍্যৰ মাজেৰে সভাৰ পৰিসমাপ্তি

03/08/2025

শুৱালকুছিৰ সোণেশ্বৰ আতৈ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত অপমানিত খেলুৱৈ
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ তথা প্ৰশিক্ষক প্ৰহ্লাদ দাসক অপমান

03/08/2025

হিমন্ত বিশ্ব শৰ্মা-আজমলক ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে
জুৰিয়াত অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই ক'লে এই কথা
কংগ্ৰেছৰ সৈতে বিচাৰিলে মিত্ৰতা

03/08/2025

যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ নৈত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ
পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো

03/08/2025

📌দুলীয়াজান আৰক্ষীৰ বৃহৎ সাফল্য
📌দুলীয়াজানত চুৰি হোৱা বাহন ভাদৈ পাঁচআলিত উদ্ধাৰ
📌চুৰি হোৱা বাহনখনৰ নম্বৰ AS 03 AJ 6880
📌চুৰিকাণ্ডত জড়িত দ্বীপ গোৱালাক আটক আৰক্ষীৰ
📌ভাদৈ অঞ্চলৰ কেৰেকনি অঞ্চলৰ পৰা জব্দ আৰক্ষীৰ

𝐅𝐨𝐥𝐥𝐨𝐰 NEBHARAT24 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Vb6IEQO4tRrlnpHA3A3z

03/08/2025
03/08/2025

📌৪ আগষ্টত শিৱসাগৰ জিলা বন্ধৰ বিৰোধিতা আটাছুৰ
📌আটাছুৱে আহ্বান জনোৱা বন্ধৰ বিৰোধিতা আটাছুৰ।
📌আটাছুৰ মিলন গোটে জনোৱা জিলা বন্ধৰ বিৰোধীতা বসন্ত গোটৰ
📌বন্ধই কোনো সমস্যা সমাধান কৰিব নোৱাৰে
📌বন্ধক কোনো কাৰণতে সমৰ্থন নকৰাৰ হুংকাৰ
📌স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰখাৰ আহ্বান ৰাইজক

𝐅𝐨𝐥𝐥𝐨𝐰 NEBHARAT24 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Vb6IEQO4tRrlnpHA3A3z

03/08/2025

👩‍🍳EXECUTIVE KITCHEN

Address

2nd Floor, Kushan Plaza(Mukesh Hyundai Building), Near Hanuman Mandir, Ganeshguri
Guwahati
781006

Alerts

Be the first to know and let us send you an email when NEBharat24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NEBharat24:

Share