Reporter Axom

Reporter Axom আমি আপোনাক দিম সঁচা খবৰ৷ আমি আপোনাৰ বাবে, আপোনাৰ স্বাৰ্থত দি যাম আচল খবৰ৷

19/10/2025

জুবিনে কোৱাৰ ধৰনেৰে চিধাকেই সকলোবোৰ হ'ব লাগে | আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি কাৰ ওপৰত আস্থা ৰাখিম

19/10/2025

বিপদ নিশ্চিত গীতাৰ্থ দেৱ শৰ্মাৰ | বাক্সাত লাঠীচালনা কৰা ASP গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে এক্সন ঘোষণা | গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে তদন্তৰ নির্দেশ

19/10/2025

জুবিন বিহীন ১ টা মাহ সম্পূৰ্ণ কৰিলে অসমে
ছেপ্টেম্বৰৰ আজিৰ দিনটোতেই ছিংগাপুৰৰ পৰা আহিছিল বেয়া খবৰটো

18/10/2025

প্ৰথম ভুল বিদেশলৈ নিয়া
দ্বিতীয় ভুল সাগৰলৈ নিয়া
তৃতীয় ভুল সাগৰত নমাই দিয়া

18/10/2025

আপুনি চৰকাৰৰ মুৰব্বী হৈ কাৰ পৰা ন্যায় বিচাৰি আন্দোলন আৰম্ভ কৰিছে?
ৰাইজে লাহে লাহে আপোনাৰ স্বৰূপ বুজি উঠিছে
ইতিহাসে কাকো ক্ষমা নকৰে


18/10/2025

মোৰ যেতিয়াই তেওঁক ক'ব লগা থাকে, তেওঁৰ লগত কিবা আলোচনা কৰিব লগা থাকে মই তেতিয়াই আহিম
মই জানো তেওঁ মোক সাহস আৰু শক্তি দি আগুৱাই লৈ যাব
অসমীয়া ৰাইজৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত তেওঁৰ বিশ্বাস আছে

17/10/2025

শিৱসাগৰত সমস্বৰে গালে ময়াবিনী ৰাতিৰ বুকুত

17/10/2025

জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথম প্ৰতিক্ৰিয়া
বৰ্তমান ছিংগাপুৰত চলি আছে তদন্ত
বৰ্তমানলৈ ছিংগাপুৰ আৰক্ষীয়ে কোনো ধৰণৰ ষড়যন্ত্ৰৰ সন্দেহ কৰা নাই

17/10/2025

শিৱসাগৰত প্ৰাণৰ শিল্পীক
ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান Live

17/10/2025

জেললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক

16/10/2025

মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতেই অখিল গগৈৰ প্ৰতিক্ৰিয়া

16/10/2025

হিমন্ত বিশ্ব শৰ্মা live

Address

Hengrabari
Guwahati

Alerts

Be the first to know and let us send you an email when Reporter Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Reporter Axom:

Share