Anjan Jyoti Baruah Vlogs

Anjan Jyoti Baruah Vlogs "মা কামাখ্যা নমস্তুভ্যং শৈলসূতে কামেশ্বৰী।
হৰপ্ৰিয়া নমস্তুভ্যংগ নমস্তুভ্যং দয়া নিধে।।"
🚩जय मां कामाख्या 🚩

"ক্যা আপকে টুথপেষ্ট মে নমক হেই"থকা নথকাতো জৰুৰী নহয়..কিন্তু নিজৰ তেজত"দেশ কা নমক" থকাতো জৰুৰী হয়...নে কি কয় ?        ...
29/03/2025

"ক্যা আপকে টুথপেষ্ট মে নমক হেই"
থকা নথকাতো জৰুৰী নহয়..

কিন্তু নিজৰ তেজত
"দেশ কা নমক" থকাতো জৰুৰী হয়...
নে কি কয় ?



গৰমৰ দিনত ফুৰিবলৈ যোৱাৰ কেইটামান উপযুক্ত স্থান- ১- HDFC বেংক২- ICICI বেংক৩- AXIS বেংক৪- MAHINDRA KOTAK বেংক৫- IDBI বেংকক...
29/03/2025

গৰমৰ দিনত ফুৰিবলৈ যোৱাৰ কেইটামান উপযুক্ত স্থান-
১- HDFC বেংক
২- ICICI বেংক
৩- AXIS বেংক
৪- MAHINDRA KOTAK বেংক
৫- IDBI বেংক

কিন্তু ভুলতেও SBI, BOB, UBI, DB, BOI, PNB এইবোৰ বেংকত নাযাব। কাৰণ ইয়াত AC slow হৈ থাকে।



সুপ্ৰভাত, আপোনালোকৰ সকলোৰে মৰম আৰু আশীৰ্বাদৰ বাবে মোৰ শেহতীয়া আপডেট...
29/03/2025

সুপ্ৰভাত, আপোনালোকৰ সকলোৰে মৰম আৰু আশীৰ্বাদৰ বাবে মোৰ শেহতীয়া আপডেট...

কি খবৰ,পলমকৈ হ'লেও  #শুভসন্ধিয়া
28/03/2025

কি খবৰ,
পলমকৈ হ'লেও #শুভসন্ধিয়া



 #শুভমধ্যাহ্ণ
28/03/2025

#শুভমধ্যাহ্ণ



কেনেকুৱা লাগিছে ?
27/03/2025

কেনেকুৱা লাগিছে ?



27/03/2025

কি খবৰ বন্ধুসকল, সকলোৱে কুশলে আছেনে ?

আজি চিটি বাছত...লৰা- মই মোৰ seatটো এৰি দি যদি আপোনাক বহিবলৈ দিও, তেন্তে নিশ্চয় আপুনি, ম‌ই আপোনাক impress কৰিবলৈ ওলাইছো ...
27/03/2025

আজি চিটি বাছত...

লৰা- মই মোৰ seatটো এৰি দি
যদি আপোনাক বহিবলৈ দিও, তেন্তে নিশ্চয় আপুনি, ম‌ই আপোনাক impress কৰিবলৈ ওলাইছো বুলি ভাবিব! নহয় জানো?

ছোৱালী- নহয়, তেনেদৰে নাভাবো।

লৰা- তেন্তে বাদ দিয়ক, মোৰ নিজৰ seat টো আপোনাক দি কি লাভ... 🤪😝



আজি দুপৰীয়া বাতৰিত কলে,"আহক, এতিয়া আমি আপোনাক পোনপটীয়াকৈ দিল্লীলৈ লৈ যাও.."আৰে ভাই, দিল্লীলৈ যাবলৈ তেতিয়াৰ পৰাই ৰেডি...
27/03/2025

আজি দুপৰীয়া বাতৰিত কলে,
"আহক, এতিয়া আমি আপোনাক পোনপটীয়াকৈ দিল্লীলৈ লৈ যাও.."

আৰে ভাই, দিল্লীলৈ যাবলৈ তেতিয়াৰ পৰাই ৰেডি হৈ বহি আছো। পিছেএতিয়ালৈকে নিবলৈ অহা নাই...
#শুভসন্ধিয়া



আগৰ দিনত কৈছিল, "বাহিৰত বৰচুবুৰীয়াৰ ফেৰ ভিতৰত তামোলৰ ঢকুৱাৰ বেৰ"...অসমৰ জনজীৱন তথা সংস্কৃতিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা ...
27/03/2025

আগৰ দিনত কৈছিল,
"বাহিৰত বৰচুবুৰীয়াৰ ফেৰ ভিতৰত তামোলৰ ঢকুৱাৰ বেৰ"...
অসমৰ জনজীৱন তথা সংস্কৃতিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা আমাৰ তামোল গছ কেইডালে প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ কম বেছি পৰিমাণে আয়ৰ উৎস হিচাপে নিশ্চিত কৰি আহিছে। এয়া কোনো নতুন কথা নহয়। কিন্তু আয়ৰ পথ মুকলি কৰা অকল তামোলখিনিৰেই নহয়, তামোল গছৰ পেলনীয়া ঢকুৱাখিনিৰ পৰাও ‘ঢকুৱা প্লেট উদ্যোগ’ স্থাপন কৰি মুকলি কৰিব পাৰি উপাৰ্জনৰ এক আকৰ্ষণীয় পথ। সাম্প্ৰতিক সময়ত প্লাষ্টিকজাত কাপ-প্লেটে মানৱ স্থাস্থ্যলৈ বিপৰ্য্যয় কঢ়িয়াই অনাৰ বিপৰীতে তামোলৰ ঢকুৱাৰ পৰা উৎপাদন কৰা সুদৃশ্য তথা পৰিৱেশনযোগ্য এনেধৰণৰ কাঁহী-বাতিসমূহ জৈৱিকভাৱে পচনশীল, উন্নত মানবিশিষ্ট, ৰাসায়নিক দ্ৰব্যমুক্ত, মাইক্ৰ’ৱেভ সহনশীল আৰু সকলোতকৈ ডাঙৰ কথা প্ৰকৃতি আৰু পৰিৱেশৰ বাবে অনুকূল। অকল সেয়াই নহয়, প্লাষ্টিক প্লেটৰ বিপৰীতে তামোলৰ পৰা সৃষ্টি কৰা এইসমূহ সামগ্ৰীৰ আছে এক দৃষ্টিনন্দন ৰূপ, যাৰ বাবে দেশীয় তথা আন্ত:ৰাষ্ট্ৰীয়া বজাৰত ইয়াৰ চাহিদা আৰু মূল্য দুয়োটাই অধিক হ'বলৈ ধৰিছে।




27/03/2025

কৰাগ্ৰে বয়সতে লক্ষ্মীঃ
কৰামধ্যে সৰস্বতী।
কৰামূলে তু গোবিন্দঃ
প্ৰভাতে কৰদৰ্শনম।।

হাতৰ আগত লক্ষ্মী আৰু মাজত সৰস্বতী বাস কৰে। হাতৰ গুৰিতে গোবিন্দৰ নিবাস, সেয়েহে ৰাতিপুৱা নিজৰ হাত দুখন চাব লাগে।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Anjan Jyoti Baruah Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Anjan Jyoti Baruah Vlogs:

Share