Matribhumi News Axom

Matribhumi News Axom ✨ সত্য আৰু নিৰপেক্ষ বাতৰিৰ সন্ধানত প্ৰতিটো সময়ত ৰাইজৰ কাষত...
📺 (মাতৃভূমি নিউজ অসম) আপোনালোকৰ প্ৰিয় চেনেল।
(1)

20/08/2026

ঢেকীয়াজুলিত অসম চৰকাৰৰ মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলৰ সংবাদমেল। ঢেকীয়াজুলিত NEET পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে 400 যুৱক-যুৱতীক।

18/08/2026

ঢেকিয়াজুলীৰ ৰহমানপুৰ গাঁৱৰ ১৫ বছৰীয়া ছাত্ৰ ৰছীদুল ইছলাম নিৰুদ্দেশ।
যোগাযোগ:- 84719 92849

15/08/2026

I got over 22,000 reactions on my posts last week! Thanks everyone for your support! 🎉

'উপ-নিৰ্বাচনত নগাঁও লোকসভাৰ AIUDF ৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম সৰকাৰ। ঘোষণা বদৰুদ্দিন আজমলৰ।
13/08/2026

'উপ-নিৰ্বাচনত নগাঁও লোকসভাৰ AIUDF ৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম সৰকাৰ। ঘোষণা বদৰুদ্দিন আজমলৰ।

13/08/2026

নাজিৰা এম চি ক্লাৱত বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ ।

09/08/2026

শিৱসাগৰৰ বেতবাৰীত উপস্থিত গৰিমা গাৰ্গ।
জুবিন ফেন ক্লাব আৰু সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাই (AHPI NE1 Chapter) সহযোগত সাহায্য বিতৰণ।

09/08/2026

কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰৰ বিভিন্ন ঠাইত বানাক্ৰান্তক সামগ্ৰী বিতৰণ কৰে।

07/08/2026

শিৱসাগৰৰ বানপিড়িতৰ কাষত লাভলীনা বৰগোঁহাই ।
শিৱসাগৰৰ বানপিড়ীতক সাহাৰ্য্য সামগ্ৰী বিতৰণ লাভলীনাৰ ।

06/08/2026

নাজিৰা ভ্ৰমণ হাগ্ৰামা মহিলাৰীৰ ।
বিটিচি চৰকাৰ নাজিৰাবাসীৰ লগত আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Matribhumi News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Matribhumi News Axom:

Shortcuts

Share