Aimcmr News

Aimcmr News News page of Assam's premium Mass Communication institute AIMCMR.

07/11/2023

লোক সংস্কৃতিৰ সাধক, সংগীতজ্ঞ তথা বিশিষ্ট শিক্ষাবিদ ড° বীৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়াৰ বিয়োগ অসমৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।প্ৰয়াত দত্ত ডাঙৰীয়াৰ সোঁৱৰণত সংবাদ শিক্ষাৰ ক্ষেত্রত অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান "অসম গণসংযোগ আৰু গণমাধ্যম গৱেষণা প্ৰতিষ্ঠান" চমুকৈ AIMCMR-ৰ শিক্ষাৰ্থীসকলে এক প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে । উক্ত প্ৰতিবেদনটো আপোনালোক সকলোলৈ আগবঢ়ালো।


নগাঁও চহৰৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ,সাহিত্য...
09/10/2023

নগাঁও চহৰৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক ক্ৰীড়া সংগঠক নগাঁৱৰ সমাজ জীৱনৰ অন্যতম অভিভাৱক স্বৰূপ শ্ৰদ্ধেয় সহজানন্দ ওজাদেৱৰ ৯ অক্টোবৰত মৃত্যু হয়। বহুমুখী প্ৰতিভাৰ অধিকাৰী সহজানন্দ ওজা এসময়ত নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি, অসম ক্ৰিকেট সংস্থাৰ সম্পাদকৰ পদত অধিষ্ঠিত হোৱাৰ লগতে যোৱা শতিকাৰ আশীৰ দশকত পাকিস্তান ভ্ৰমণলৈ যোৱা ভাৰতীয় ক্রিকেট দলৰ এগৰাকী মেনেজাৰ হিচাপেও দায়িত্ব পালন কৰিছিল। বিশেষকৈ এগৰাকী ক্ৰীড়া সংগঠক হিচাপে সহজানন্দ ওজাদেৱে নগাঁও তথা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণত অহোপুৰুষাৰ্থ কৰিছিল।













04/10/2023

21/09/2023

17/09/2023


17/09/2023

17/09/2023

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ কন্ঠ ৰুদ্ধ কৰা হ'ল। গগৈৰ ফেচবুকৰ অফিচিয়েল পেজ নিস্ক্ৰিয় হৈ পৰিছে।
15/09/2023

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ কন্ঠ ৰুদ্ধ কৰা হ'ল। গগৈৰ ফেচবুকৰ অফিচিয়েল পেজ নিস্ক্ৰিয় হৈ পৰিছে।

15/09/2023











        #অসম
14/09/2023








#অসম







14/09/2023


13/09/2023











Address

Uzanbazar
Guwahati

Telephone

+916000021146

Alerts

Be the first to know and let us send you an email when Aimcmr News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aimcmr News:

Share