Navo-Pravat News সত্যনিষ্ঠ,নিৰ্ভীক,নিৰপেক্ষ বাতৰি

  • Home
  • India
  • Guwahati
  • Navo-Pravat News সত্যনিষ্ঠ,নিৰ্ভীক,নিৰপেক্ষ বাতৰি

Navo-Pravat News সত্যনিষ্ঠ,নিৰ্ভীক,নিৰপেক্ষ বাতৰি পূৰ্বতে প্ৰকাশ নোপোৱা তথ্য,পোহৰলৈ নহ?

*-প্ৰেছ বিবৃতি-*অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিকমূলৰ স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতে যোৱা একুৰি চাৰিটা বসন্ত গৰকি...
20/12/2024

*-প্ৰেছ বিবৃতি-*

অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিকমূলৰ স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতে যোৱা একুৰি চাৰিটা বসন্ত গৰকি আহি ৰূপালী জয়ন্তী বৰ্ষ ত সগৌৰৱে পদাৰ্পণ কৰিছেহি।২৫ বছৰীয়া ৰূপালী বৰ্ষৰ প্ৰাক কলনত অহা ২৭,২৮ আৰু ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে তিনি দিনীয়া কাৰ্য্যসূচীৰে নৱ-প্ৰভাতে স্থানীয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত তিনিদিনীয়াকৈ নৱ-প্ৰভাত উৎসৱ ২০২৪ নামেৰে এক উৎসৱৰ আয়োজন কৰিছে য'ত এইবেলি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা পৰম্পৰাগত সাঁজ-পাৰ,আ-অলংকাৰ,থলূৱা সুস্বাদ্য খাদ্যৰ প্ৰদৰ্শনি তথা বিক্ৰীৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,ন-পুৰণী শিল্পীৰদ্বাৰা থলুৱা পৰম্পৰাগত নৃত্য-গীতৰ লগতে অসমৰ শিশু আৰু নৱ-প্ৰজন্মৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে অসমীয়া নাট তথা চলচ্চিত্ৰৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ভাল নাট আৰু ছবি নিৰ্মাণৰ সোনসেৰীয়া বাটত পোহৰ বিলাবলৈ নৱ-প্ৰভাত আগবাঢ়ি আহিছে নৱ-প্ৰজন্মৰ বাবে এক নতুন প্ৰভাত লৈ।এই লক্ষ্যৰে এই বছৰৰ পৰাই আগন্তুক প্ৰতিটো বৰ্ষত নৱ-প্ৰভাতে সদৌ অসম ভিত্তিত নৱ-প্ৰভাত শিশু নাট প্ৰতিযোগীতা আৰু নৱ-প্ৰভাত চুটি ছবি মহোৎসৱৰো আয়োজন কৰিছে।

সেই লক্ষৰে অহা ২৭ ডিচেম্বৰ ২০২৪ তাৰিখে পুৱা ৯.০০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত হস্ততাঁত-বস্ত্ৰ তথা হস্তশিল্প আৰু থলুৱা খাদ্য-সম্ভাৰৰ তিনিদিনীয়া প্ৰদৰ্শনি তথা বিক্ৰী, নৱ-প্ৰভাত অসম ভিত্তিত চুটি শিশু নাট প্ৰতিযোগীতা ২০২৪, ২৮ ডিচেম্বৰ তাৰিখে সন্ধিয়া ৫.০০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত অসমৰ সংগীত জগতখনৰ কেইবাগৰাকীও ন-পুৰণী সংগীত শিল্পী যেনে-মনীষা হাজৰিকা,জিতুল সোণোৱাল,জয়ন্ত দাস,গীতালি দেৱী,আচুৰ্য্য বৰপাত্ৰগোঁহাই,নেকিব হুছেইন,পাৰৱিন হুছেইন,ৰূপালি কাশ্যপ,ৰূপাংকিতা পাপৰি,সংস্কৃতা মালাকাৰ,জিন্টি দাস,পাৰিজাত প্ৰিয়ম,যচুৱা কুইয়া,অসীমজ্যোতি বৰুৱা,শ্ৰাৱনি বৰুৱা আৰু কামাখ্যা বৰাৰ সুমধুৰ গীতৰ সমাহাৰেৰে সুৰৰ-সন্ধিয়া নামেৰে এক অগতানুগতিক সাংস্কৃতিক সন্ধিয়া আৰু ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে দিনৰ ১২.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত “এন্ধাৰৰ পৰা পোহৰলৈ বুলি...” শীৰ্ষক এক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত এইবাৰ সৰ্ব্বোচ্ছ অসম প্ৰাণ বঁটা ২০২৪ প্ৰদান কৰিবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ বিশিষ্ট চলচিত্ৰ প্ৰযোজক,পৰিচালক শ্ৰীযুত জাহ্নু বৰুৱাদেৱক, অসম শিল্পী বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে অসমৰ স্বনামধন্য গীতিকাৰ,সুৰকাৰ তথা সংগীত শিল্পী শ্ৰী দ্বীপেন বৰুৱাদেৱক, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা তথা নাট্য শিল্পী শ্ৰী বাহাৰুল ইছলামদেৱক, ডিফু কাৰ্বি আংলং নিৱাসী অসমৰ বিশিষ্ট লোক শিল্পী শ্ৰীযুতা শশীকলা হান্সেপীবাইদেউ,জ্যেষ্ঠ অভিনেত্ৰী শ্ৰীযুতা মৃদুলা বৰুৱা বাইদেউ আৰু আবৃত্তিকাৰ,কৱি শ্ৰীউপম শইকীয়াক। ইয়াৰোপৰি অসম গৌৰৱ বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে অসমৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী তথা বৰ্তমান মৰিগাঁৱ জিলাৰ উপায়ুক্ত অসম চৰকাৰ ACS বিষয়া শ্ৰী দেৱাশীষ শৰ্মাদেৱক, State Cancer Institute, GMCH ত Director আৰু Radiation Oncologist হিচাবে বহু সেৱা আগবঢ়োৱা তথা বৰ্তমান HealthCity hospital ত Oncology বিভাগৰ Director হিচাপে কৰ্মৰত বিশিষ্ট চিকিৎসক ডাঃ বিভাস চন্দ্ৰ গোস্বামীদেৱক,অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট উদ্যোগপতি তথা সাংস্কৃতিক কৰ্মী প্ৰাগ চেনেলৰ মুখ্য-পৰিচালন সঞ্চালক শ্ৰী সঞ্জীৱ নাৰায়ণদেৱক ,বিশিষ্ট সাংবাদিক শ্ৰী অতনু ভূঞাদেৱক আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতুৰবিদ শ্ৰী এলভিছ আলী হাজৰিকাদেৱক। ইয়াৰ লগতে অসম যুৱ-প্ৰতিভা বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে পৰিচালক, সম্পাদক,অভিনেতা শ্ৰী ৰূপাংকৰ দাসক।

তাৰোপৰি এইবেলি অসমৰ অনুসূচিত জাতিৰ সৰ্ব্বোচ্ছ অসম অনুসূচিত জাতি প্ৰাণ বঁটা ২০২৪ মৰোনোত্তৰভাৱে প্ৰদান কৰিবলৈ লোৱা হৈছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি,বিশিষ্ট সমাজকৰ্মী স্বৰ্গীয় নলিন চন্দ্ৰ হাজৰিকাদেৱক, অসম অনুসূচিত জাতি শিল্পী বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে কুকুৰমাৰা নিৱাসী বৈষ্ণৱ পণ্ডিত শুক্লেশ্বৰ মহন্তদেৱক,ডিব্ৰুগড় নিৱাসী বিহুৱা জীতেন দাসদেৱক আৰু বিশ্বনাথ জিলাৰ সংগীত শিল্পী শ্ৰী আনন্দ দাসদেৱক অসম অনুসূচিত জাতি গৌৰৱ বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে ভাৰত চৰকাৰৰ তথ্যসেৱা বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া,জ্যেষ্ঠ সাংবাদিক তথা প্ৰৱন্ধকাৰ শ্ৰী ভূপেন্দ্ৰ চন্দ্ৰ দাসদেৱক,Girls Polytechnique College,Assam ৰ অধ্যাপক,সমাজসেৱী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত সহঃ কাৰ্য্যবাহ শ্ৰী শংখপানী ভৰাঁলীদেৱক আৰু ভাৰত চৰকাৰৰ পৰ্য্যতন বিভাগৰ প্ৰাক্তণ আমোলা অসমৰ বিশিষ্ট চিত্ৰ সাংবাদিক শ্ৰী কমল লোচন দাসদেৱক। অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে আকাশৱানী গুৱাহাটী,অল ইণ্ডিয়া ৰেডিঅ' ৰ ঘোষিকা নাট্যশিল্পী ৰুজি মূদৈ আৰু মুম্বাইত কৰ্মৰত যুৱ সংগীত ব্যৱস্থাপক মিকু মানস দাস ।

এই উৎসৱৰ লগতে সংগতি ৰাখি অসম থা উত্তৰ-পূৰ্বাঞ্চলৰ সুন্দৰী যুৱতী,নাৰী তথা শিশু সকলৰ প্ৰতিভা বিকাশৰ বাবে এক সুবৰ্ণ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে পশ্চিমীয়া বহুজাতিক কোম্পানীৰ ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰা অশালীন,অমাৰ্জিত পশ্চিমীয়া বিদেশী সাঁজ পাৰৰ বিপৰীতে অসম,উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খিলঞ্জীয়া বোৱণীৰ হাতেৰে প্ৰাণ পাই উঠা পাট-মূগা-এৰি-খাদী কে আদি কৰি বিভিন্ন থলুৱা পৰম্পৰাগত সাঁজপাৰ আৰু অসমীয়া থলুৱা শিল্পকৰ্মীৰদ্বাৰা নিৰ্মিত সুন্দৰ অসমীয়া গহণা-গাঠুঁৰি শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি এক সুকীয়া স্থান লাভ কৰাত সহায়ক হোৱাকে এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰু নাৰী সৱলীকৰণৰ জৰিয়তে অসমৰ উঠি অহা নৱ-প্ৰজন্মক তথা ৰাইজক ফেশ্বন জগতৰ জৰিয়তে থলুৱা আৰু স্বদেশী বস্ত্ৰ পৰিধানৰ বাবে আকৰ্ষিত কৰাৰ উপৰিও এই থলুৱা শিল্পৰদ্বাৰা স্বাৱলম্বি হৈ আত্ম-সংস্থাপনৰ বাঁট মুকলি কৰোৱাৰ সামন্যতম প্ৰচেষ্টা হিচাপে প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাত আৰু নৱ-প্ৰভাত ইন্সিটিউত অৱ ফেশ্বন টেকনলজী (npift) ৰ উদ্যোগত অহা ২৯/১২/২০২৪ তাৰিখ দেওবাৰে বিয়লি ৩.০০ বজাত গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্তশংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত দশম বাৰ্ষিক All Assam Traditional Mega Fashion Show2024-25(Divine Traditional Queen of Assam 2024) Miss,Mrs.,Teens & KIDS- Season-X শীৰ্ষক অসমীয়া পৰম্পৰাগত সাঁজ-পাৰৰ এক অগতানুগতিক সৌন্দৰ্য্য প্ৰতিযোগীতা ৰো আয়োজন কৰা হৈছে।

সম্পূৰ্ণৰূপে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা থকা এই নৱ-প্ৰভাত উৎসৱ ২০২৪ ৰ তিনিওটা দিনৰ অনুষ্ঠানতে অসমৱাসী সমুহ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।


Himanta Biswa Sarma
Jayanta Mallabaruah
Bimal Borah
Praveen Baishya

03/12/2024

All are cordially invited.

Today we officially launched our Invitation letter of NAVO PRAVAT UTSAV 2024.All are cordially invited. For us you all t...
26/11/2024

Today we officially launched our Invitation letter of NAVO PRAVAT UTSAV 2024.
All are cordially invited. For us you all the lovely & respectable People/Public are Very Important Person (VIP).So we give you all the same Honour.

Namaskar🙏
Dhannyabad 🙏

https://youtu.be/xOL56Mmu5mw?si=tRZv87iCxtiNPmdS
20/11/2024

https://youtu.be/xOL56Mmu5mw?si=tRZv87iCxtiNPmdS

এজন যুৱক,এদল সাংস্কৃতিক কৰ্মী।এখন মঞ্চ, নাম নৱ প্ৰভাত।পৰম্পৰাগত খাদ্য সম্ভাৰৰ পৰাফেশ্বনলৈ বিবিধ বিষয়।সন্মানী....

Celebrating 25 glorious years of NAVO PRAVAT NGO OF ASSAM.
18/11/2024

Celebrating 25 glorious years of NAVO PRAVAT NGO OF ASSAM.

25/10/2024

End of this year on 27th,28th & 29th of December 2024Celebrating the 25 glorious years of *NAVO PRAVAT NGO OF ASSAM*as*NAVO PRAVAT UTSAV 2024*A festival of Art,Culture,Food,Shopping,Music,Fashion Show,Childrens Dram & Short Film Competition.*Exhibition cm sale of Traditional Attire,Ornaments and Ethnic Delicious Food of Assam & N.E.Region* *on 27th to 29th December 2024 from 9.00 am to 10 pm**Xuror Xondhiya (A winter musical night by various Artist of Assam)* *On 28th December 2024 at 5 pm Onwards.**Endharor Pora Puhoroloi Buli(From darkness to light)... 2024 an Annual State Award Function* &*All Assam Tradition Mega Fashion Show 2024-25 (Divine Traditional Queen of Assam 2024)Miss,Mrs.& Kids**Season-X*(The Prestigeous Traditional Mega Fashion Show in Assam & NE Region) An opportunity For the beautiful KIDS,Miss, & Mrs(Married,Widows,Divorcee,Separated)To Showcase their Talents on Ramp on *29th December 2024 from 1 pm onwards.*Online audition is started from *1st November to 1st December 2024*For more information contact Mr.PRAVEEN BAISHYAChief Organizer cm Chief Fashion CoordinatorPh.8822648088(M),Whatsaap: 7002074097

End of this year on 27th,28th & 29th of  December 2024Celebrating the 25 glorious years of *NAVO PRAVAT NGO OF ASSAM*as*...
22/10/2024

End of this year on 27th,28th & 29th of December 2024

Celebrating the 25 glorious years of *NAVO PRAVAT NGO OF ASSAM*

as

*NAVO PRAVAT UTSAV 2024*

A festival of Art,Culture,Food,Shopping,Music,Fashion Show,Childrens Dram & Short Film Competition.

*Exhibition cm sale of Traditional Attire,Ornaments and Ethnic Delicious Food of Assam & N.E.Region* *on 27th to 29th December 2024 from 9.00 am to 10 pm*

*Xuror Xondhiya (A winter musical night by various Artist of Assam)* *On 28th December 2024 at 5 pm Onwards.*

*Endharor Pora Puhoroloi Buli(From darkness to light)... 2024 an Annual State Award Function*

&

*All Assam Tradition Mega Fashion Show 2024-25 (Divine Traditional Queen of Assam 2024)Miss,Mrs.& Kids*

*Season-X*

(The Prestigeous Traditional Mega Fashion Show in Assam & NE Region)

An opportunity For the beautiful KIDS,Miss, & Mrs
(Married,Widows,Divorcee,Separated)

To Showcase their Talents on Ramp on *29th December 2024 from 1 pm onwards.*

Online audition is started from *1st November to 1st December 2024*

For more information contact
Mr.PRAVEEN BAISHYA
Chief Organizer cm Chief Fashion Coordinator
Ph.8822648088(M),Whatsaap: 7002074097

অসমৰ সাংস্কৃতিক পথাৰখনত অসমীয়া চুটি ছবি আৰু চলচ্চিত্ৰৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ভাল ছবি নিৰ্মাণৰ সোনসেৰ...
16/10/2024

অসমৰ সাংস্কৃতিক পথাৰখনত অসমীয়া চুটি ছবি আৰু চলচ্চিত্ৰৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ভাল ছবি নিৰ্মাণৰ সোনসেৰীয়া বাটত পোহৰ বিলাবলৈ অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন “নৱ-প্ৰভাত” আগবাঢ়ি আহিছে নৱ-প্ৰজন্মৰ বাবে এক নতুন প্ৰভাত লৈ।এই লক্ষ্যৰে অহা ২৮ ডিচেম্বৰ ২০২৪ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হ’বলৈ যোৱা “নৱ-প্ৰভাত অসম ভিত্তিক চুটি ছবি প্ৰতিযোগীতা” ত অংশগ্ৰহণ কৰিবলৈ আজিয়ে তলত দিয়া ফোন নম্বৰ কেইটাত যোগাযোগ কৰক। সোনকাল কৰক প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ২০ নৱেম্বৰ ২০২৪।

আমাৰ ফোন নম্বৰঃ 9864030566, 9365103183, 8403956841,7002074097(M)

শিশুৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে অহা ২৭ ডিচেম্বৰ ২০২৪ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত ...
16/10/2024

শিশুৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে অহা ২৭ ডিচেম্বৰ ২০২৪ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হ’বলৈ যোৱা “নৱ-প্ৰভাত অসম ভিত্তিক শিশু নাট প্ৰতিযোগীতা” ত অংশগ্ৰহণ কৰিবলৈ আজিয়ে তলত দিয়া ফোন নম্বৰ কেইটাত যোগাযোগ কৰক। সোনকাল কৰক প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ২০ নৱেম্বৰ ২০২৪।

আমাৰ ফোন নম্বৰঃ 9864030566, 9365103183, 8403956841(M)

 #অসমতথাউত্তৰপূৰ্বাঞ্চলৰসুন্দৰীযুৱতীনাৰীতথাশিশুসকলৰবাবেএকসুবৰ্ণসুযোগঃ পশ্চিমীয়া বহুজাতিক কোম্পানীৰ ব্যৱসায়িক ভিত্তিত তৈয়...
26/09/2024

#অসমতথাউত্তৰপূৰ্বাঞ্চলৰসুন্দৰীযুৱতীনাৰীতথাশিশুসকলৰবাবেএকসুবৰ্ণসুযোগঃ

পশ্চিমীয়া বহুজাতিক কোম্পানীৰ ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰা অশালীন,অমাৰ্জিত পশ্চিমীয়া বিদেশী সাঁজ পাৰৰ বিপৰীতে অসম,উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খিলঞ্জীয়া বোৱণীৰ হাতেৰে প্ৰাণ পাই উঠা পাট-মূগা-এৰি-খাদী কে আদি কৰি বিভিন্ন থলুৱা পৰম্পৰাগত সাঁজপাৰ আৰু অসমীয়া থলুৱা শিল্পকৰ্মীৰদ্বাৰা নিৰ্মিত সুন্দৰ অসমীয়া গহণা-গাঠুঁৰি শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি এক সুকীয়া স্থান লাভ কৰাত সহায়ক হোৱাকে এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰু নাৰী সৱলীকৰণৰ জৰিয়তে অসমৰ উঠি অহা নৱ-প্ৰজন্মক তথা ৰাইজক ফেশ্বন জগতৰ জৰিয়তে থলুৱা আৰু স্বদেশী বস্ত্ৰ পৰিধানৰ বাবে আকৰ্ষিত কৰাৰ উপৰিও এই থলুৱা শিল্পৰদ্বাৰা স্বাৱলম্বি হৈ আত্ম-সংস্থাপনৰ বাঁট মুকলি কৰোৱাৰ সামন্যতম প্ৰচেষ্টা হিচাপে প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন " #নৱ-প্ৰভাত" আৰু " #নৱ-প্ৰভাত ইন্সিটিউত অৱ ফেশ্বন টেকনলজী ( )"ৰ উদ্যোগত অহা ২৯/১২/২০২৪ তাৰিখ দেওবাৰে বিয়লি ১.০০ বজাত গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত " #শ্ৰীমন্তশংকৰদেৱআন্তৰাষ্ট্ৰীয়প্ৰেক্ষাগৃহ"ত #দশমবাৰ্ষিক " -25( ) Miss,Mrs. & KIDS- -X" শীৰ্ষক অসমীয়া #পৰম্পৰাগত সাঁজ-পাৰৰ এক অগতানুগতিক #সৌন্দৰ্য্যপ্ৰতিযোগীতাৰ আয়োজন কৰা হৈছে।

যুৱতী,নাৰী(বিবাহিত/অবিবাহিত/বিধবা/ডিভৰ্ছী),কিশোৰ আৰু শিশু - এই চাৰিটা শ্ৰেণীত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই সৌন্দৰ্য্য প্ৰতিযোগীতাখনিত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলক তলত উল্লেখ কৰা সৱিশেষ আমাৰ নম্বৰ ৮৮২২৬৪৮০৮৮,৭০০২০৭৪০৯৭,৬০০১২৩৭৯২৯ আৰু ৮৬৩৮১৩৬০০৪ ত অহা #২৭নৱেম্বৰ ২০২৪ তাৰিখৰ আগতে পঠিয়াবলৈ অনুৰোধ জনালোঃ

নামঃ

পিতা/স্বামীৰ নামঃ

ঠিকনাঃ

বয়সঃ

উচ্চতাঃ

ফোন নম্বৰঃ

ফটোঃ দুকপি (Close up আৰু Full Size)

নিৰ্বাচিত হোৱা প্ৰতিযোগী সকলে দিবলগীয়া পঞ্জীয়ণ মাচুলঃ

#যুৱতী শ্ৰেণী(বয়স ১৪ বছৰৰ পৰা ৩৫ বছৰলৈ) ৪০০০/- টকা

#মহিলা শ্ৰেণী(বয়স ১৮ বছৰৰ পৰা ৪০+ বছৰলৈ) ৪৫০০/- টকা

#কিশোৰ শ্ৰেণী( বয়স ১০ বছৰৰ পৰা ১৩ বছৰলৈ)৪০০০/- টকা

#শিশু শ্ৰেণী(বয়স ৩ বছৰৰ পৰা ৯ বছৰলৈ)৪০০০/- টকা

#প্ৰশিক্ষণ প্ৰদানৰ তাৰিখঃ ২৬,২৭ আৰু ২৮ ডিচেম্বৰ ২০২৪। #সময়ঃ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ।

#প্ৰশিক্ষণৰ স্থানঃ হোটেল,ৰুক্মীনিগাঁৱ,গুৱাহাটী-২২

#মুল প্ৰতিযোগীতাৰ তাৰিখঃ ২৯ ডিচেম্বৰ ২০২৪(দেওঁবাৰ)।

#মুল প্ৰতিযোগীতাৰ স্থানঃ *শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ* , শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ,পাঞ্জাবাৰী,গুৱাহাটী-২২

Hurry up Beautiful Girls,Gorgeous ladies & Cutest Kids of Assam & entire North-East region to be a part of this Traditional Mega Event of the year.

NPIFT & NAVO PRAVAT PRESENT

NPIFT EVENT 2024-25

ENDHAROR PORA PUHOROLOI BULI...
(The Prestigious State Level Award Function & Cultural Fiesta)

&

-25
:
(An unique traditional mega fashion show)



An opportunity for the Miss, Mrs.(Married,Widows,Divorcee,separated ),Teens and KIDS to showcase there talents on ramp.

are start from October 2024 to November 2024

- Closeup Photo
-Full Frame Photo
- Name
-Father/Husband Name
-DOB
-Address
-Height
-Age
-Contact no.

-If participated in some earlier fashion shows than send those photos and videos.

The team will go through the pics and the videos and the selected one's will get a call from our side.

The registration fee for the event and the age group are:

(14-35years) - ₹ 4000/-

(18-40+) - ₹ 4500/-

(10-13 years)-₹ 4000

(3-9years)-₹ 4000/-

For who want to showcase their designs(Traditional Dress & Ornaments):
Registration fees(One time)=Rs.10,000/-

Dates: 26,27 & 28th December 2024 : 10 am to 4 pm.
Venue: ,Rukminigaon,Guwahati-22

Finale date: (Sunday)
: ,Punjabari,Guwahati-22
: 1 .00 pm

are searching our ,
/Cinematography/ as our sponsors.Interested one may contact us soon.

For more details kindly call us on

+91-8822648088,7002074097,6001237929 & 8638136004 (M)

Address

Guwahati

Telephone

+918822648088

Website

Alerts

Be the first to know and let us send you an email when Navo-Pravat News সত্যনিষ্ঠ,নিৰ্ভীক,নিৰপেক্ষ বাতৰি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Navo-Pravat News সত্যনিষ্ঠ,নিৰ্ভীক,নিৰপেক্ষ বাতৰি:

Share