ABNEWS&Entertainment

ABNEWS&Entertainment AB NEWS & Entertainment is a news media company which delivers genuine true & authenticate news content.

26/03/2025
02/10/2024

swachh bharat # JYOTI CHITRABON FILM STUDIO

Drishti got Another achievement🙏🙏🙏
22/03/2024

Drishti got Another achievement🙏🙏🙏

https://www.facebook.com/share/p/ZXxJUaGZ2obBNsXQ/?mibextid=qi2Omg
13/03/2024

https://www.facebook.com/share/p/ZXxJUaGZ2obBNsXQ/?mibextid=qi2Omg

প্ৰয়াত নিপন গোস্বামীৰ আন এখন ছবি "পিঞ্জৰা"

কায়িকভাৱে নাথাকিলেও সমৃদ্ধ কৰি ৰাখিছে অসমবাসীক-

অভিনয় জগতৰ অন্যতম মহীৰূহ তথা উজ্জ্বল নক্ষত্ৰ স্বৰূপ প্ৰয়াত নিপন গোস্বামী দেৱে পূৰ্বে অভিনয় কৰি যোৱা এখন অসমীয়া ছবি বৰ্তমান মুক্তিৰ পথত। ছবিখনৰ নাম "পিঞ্জৰা"। তেখেতে জীয়াই থকা সময়লৈকে যিমান অসমীয়া ছবিৰ উপহাৰ অসমবাসীলৈ আগবঢ়াইছে তাৰ সমানেই কায়িকভাৱে নাথাকিলেও তেখেতৰ অনুপস্থিতি অনুৰাগীক অনুভৱ হ'বলৈ দিয়া নাই।

JRM ৰ বেনাৰত নিৰ্মিত "পিঞ্জৰা" ৰ কাহিনীভাগে দুগৰাকী বান্ধৱীৰ বন্ধুত্বৰ দিশত থকা সততা, নিষ্ঠা আৰু মৰমক প্ৰতিফলিত কৰিছে। ইজনীৰ বাবে আনজনীয়ে কৰা ত্যাগৰ কাহিনীয়ে হৈছে "পিঞ্জৰা"। অসীম হাজৰিকাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ প্ৰযোজনা আৰু কাহিনীভাগ হৈছে ৰুণা লাইলাৰ। সহঃ প্ৰযোজক হিচাবে আছে জাহানগিৰ আলম। বেকগ্ৰাউণ্ড স্কৰ বিৰাজ বৰাৰ, চিত্ৰনাট্য আৰু মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বত আছে দিগন্ত বৰাৰ লগতে সহঃ পৰিচালক হেমন্ত হীৰু। দৃশ্যগ্ৰহণ হীৰক জ্যোতিৰ।

ছবিখনত নিপন গোস্বামীৰ লগতে অভিনয় কৰিছে কিংকিনী ভট্টাচাৰ্য, উদয়ন দুৱৰা, বিদ্যা ৰাও, চিমি ৰায়ন, ৰূপম বৰুৱা, বন্দনা বৰুৱা, তুহিন কন্যা বৰা, পাৰ্ণিকা চৌধুৰী আৰু আন বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। অতিথি শিল্পী ড° জয় বৰা।

Bless us 🙏
22/01/2024

Bless us 🙏

19/10/2023

📌নলবাৰীৰ ধমধমাত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
📌আজিৰে পৰা আৰম্ভ হৈছে ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱ৷
📌ধমধমাৰ পূজাৰ অংশ গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী৷
📌মুখ্যমন্ত্ৰীগৰাকীয়ে ধমধমাত দুৰ্গা দেৱীক সেৱা কৰি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন ।

19/10/2023

দৰং বাসীৰ বাবে এক সু খবৰ ।
মঙ্গলদৈত শুভাৰম্ভ হল surakshya diagnostic and multi speciality clinic

19/10/2023

শিৱসাগৰ জিলাৰ বানমুখ মটক গোহাঁই গাঁৱতো ৰাইজে উদযাপন কৰিছে কাতি বিহু।

Address

Guwahati
781019

Telephone

+919435643229

Website

Alerts

Be the first to know and let us send you an email when ABNEWS&Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ABNEWS&Entertainment:

Share