Assam News Anytime

Assam News Anytime digital Assam1 is an endeavor to provide the real-time news and updates covering the North Easte

চৰাই মৰে ৰৈ মানুহ মৰে কৈ।ফুলনি মানেই বাগিচা ,বাগিচা মানেই ফুলনি। কি ক'ব ৰাইজে।
30/04/2025

চৰাই মৰে ৰৈ মানুহ মৰে কৈ।ফুলনি মানেই বাগিচা ,বাগিচা মানেই ফুলনি। কি ক'ব ৰাইজে।

29/04/2025

অসমৰ শিক্ষিত ছাত্ৰী সকলে চাকৰি বাবে সতীত্ব হেৰুৱায় লৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে বাবুল সোনোৱালে।

13/04/2025

ধেমাজি জিলাৰ চিলাপথাৰত দিন দুপৰতে অন কেমেৰাত চৰম সিদ্ধান্ত ললে দশম শ্ৰেণীৰ ছাত্ৰই । প্ৰেয়সীৰ বিৰুদ্ধে মৃতকৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ।

ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী জামালপুৰত যোৱা শনিবাৰে সংঘটিত হ'ল এক কৰুণ আপোনঘাটিৰ ঘটনা। গাঁওখনৰ সঞ্জিত নন্দীৰ ১৬ বছৰীয়া পুত্ৰ শিৱজিত নন্দীয়ে যোৱা ৫ এপ্ৰিলৰ দুপৰীয়া নিজা ঘৰতে ডিঙিত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাই অঞ্চলটোত এটা সপ্তাহে অব্যাহত ৰাখিছে তীব্ৰ চাঞ্চল্য । অতি সহজ সৰল কিশোৰজনৰ এই চৰম সিদ্ধান্তৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই বহুতেই । কিশোৰ জনৰ পৰিয়ালে এই ঘটনাৰ বাবে স্পষ্টকৈ দোষাৰোপ কৰিছে এজনী ১৭ বছৰীয়া স্থানীয় যুৱতীক। যুৱতীৰ সৈতে যুৱকৰ আছিল গভীৰ প্ৰণয়ৰ সম্পৰ্ক। ঘটনাৰ দিনা প্ৰেমিক যুগলৰ মাজত ম'বাইলত কিবা কথাত তৰ্কাতৰ্কী লাগে । আপোন ঘটি হ'বলৈ খোদ প্ৰেমিকাই প্ৰেমিকক উৎসাহিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকৰ পৰিয়ালে। আপোন ঘাটিৰ সমস্ত ঘটনা ৰেকৰ্ড হয় ঘৰত স্থাপন কৰা CCTV ' ত । ৰহস্যজনক কথাটো হৈছে প্ৰেমিকাক মৰি দেখুৱাবলৈকে কিশোৰ জনে আত্মহত্যাৰ সম্পূৰ্ণ video ৰেকৰ্ড কৰি থৈ গ'ল নিজা ম'বাইল ফোনত । শোকাৱহ ঘটনাটোক লৈ হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত। একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই কান্দোনৰ ভাগি পৰিছে মাতৃ। ঘটনা সংক্ৰান্তত চিলাপথাৰ থানাত মৃতকৰ পৰিয়ালে এক এজাহৰ দিছে যদিও আৰক্ষীযে বিশেষ গুৰুত্ব দিয়া নাই বুলি সদৰি কৰিছে । প্ৰেমাস্পদক আপোনঘাটি হ'বলৈ উৎসাহিত কৰা যুৱতীক আটক কৰিলেই সকলো ওলাই পৰিব বুলি ৰাইজে মন্তব্য কৰিছে ।

With Mompi Saikia – I just got recognised as one of their top fans! 🎉
05/04/2025

With Mompi Saikia – I just got recognised as one of their top fans! 🎉

05/04/2025

কেন্দ্ৰীয় চৰকাৰে ৱাকফ সংশোধনী বিধেয়ক লোকসভাৰ লগতে ৰাজ্যসভাত গৃহীত কৰাৰ পাছতেই সমগ্ৰ অসমৰ লগতে আজি অভয়াপুৰীৰ লেংটিছিঙাত আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত মুখত কলা কাপোৰ বান্ধি আমছুৱে ৱকাফ সংশোধনী বিলৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

সকলোৱে জানিবলৈ চেয়াৰ কৰি দিয়ক।
02/04/2025

সকলোৱে জানিবলৈ চেয়াৰ কৰি দিয়ক।

02/04/2025

বিশ্বনাথত বি জে পি ত্যাগ কৰি কংগ্ৰেছত যোগদান।

31/03/2025

শংকৰদেৱ শিশু নিকেতন উদ্ধোধনী অনুষ্ঠানত।।

কাক কাক তৰা লাগে কমেন্ট কৰি ফ্ল কৰক।
30/03/2025

কাক কাক তৰা লাগে কমেন্ট কৰি ফ্ল কৰক।

With RMB TV – I just got recognised as one of their top fans! 🎉
26/03/2025

With RMB TV – I just got recognised as one of their top fans! 🎉

With Jocelyn free time – I just got recognised as one of their top fans! 🎉
26/03/2025

With Jocelyn free time – I just got recognised as one of their top fans! 🎉

Address

Guwahati
KAMARUP

Alerts

Be the first to know and let us send you an email when Assam News Anytime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam News Anytime:

Share