11/09/2025
গতানুগতিক উপহাৰৰ বিপৰীতে আমাৰ ক্ষুদ্ৰ প্ৰয়াস। এই ধৰণৰ উপহাৰ কাৰোবাক দিয়াটোও গৰ্ব, পোৱাটোও গৰ্ব 😊 সম্বৰ্ধনা অনুষ্ঠান, বিয়া, বিবাহ-বাৰ্ষিকী, জন্মদিন ইত্যাদিত এনেধৰণৰ উপহাৰ প্ৰদানৰ বাবে আমাৰ যোগাযোগ নম্বৰ 9864518196 আৰু 8638581941 ।