Manju Majumdar

Manju Majumdar মোৰ কৰ্ম হৈছে security guard job অসমীয়া মোৰ প্ৰথম পৰিচয় "জয় আই অসম"🙏🏻✊🏻

02/12/2025

Hamara beta ❤️ Manju Majumdar

02/12/2025

Good afternoon

এই সুন্দৰ দিনটোৱে আপোনালোকক আশাবাদী আৰু বিশ্বাসী কৰি ৰাখক, আৰু আপোনালোকৰ জীৱনটো সুখেৰে ভৰাই তোলক। ভগৱানে আপোনালোকৰ সকলো ...
02/12/2025

এই সুন্দৰ দিনটোৱে আপোনালোকক আশাবাদী আৰু বিশ্বাসী কৰি ৰাখক, আৰু আপোনালোকৰ জীৱনটো সুখেৰে ভৰাই তোলক। ভগৱানে আপোনালোকৰ সকলো সপোন পূৰণ কৰক। সুস্থ হৈ থাকক, সুখী হৈ থাকক, আৰু নিজৰ যত্ন লওক। সু প্ৰভাত 💐🌞🌈🎉
#সুপ্ৰভাত Manju Majumdar

সূৰ্য্যৰ প্ৰথম ৰশ্মিয়ে আপোনাৰ জীৱনটোক উজ্জ্বল কৰি তোলক আৰু প্ৰতিটো সুখেৰে ভৰাই তোলক ।।সুপ্ৰভাত 🌞💛🌈 #সুপ্ৰভাত         Ma...
01/12/2025

সূৰ্য্যৰ প্ৰথম ৰশ্মিয়ে আপোনাৰ জীৱনটোক উজ্জ্বল কৰি তোলক আৰু প্ৰতিটো সুখেৰে ভৰাই তোলক ।।সুপ্ৰভাত 🌞💛🌈
#সুপ্ৰভাত Manju Majumdar

জীৱনৰ পৰা কষ্ট লুকুৱাই ভাগৰি পৰিছো সম্পৰ্ক বজাই ৰাখি নিজকে হেৰুৱাই পেলাইছো তথাপিও কাকো সন্তুষ্ট কৰিব নোৱাৰিলোঁ..!! শুভ ৰ...
30/11/2025

জীৱনৰ পৰা কষ্ট লুকুৱাই ভাগৰি পৰিছো সম্পৰ্ক বজাই ৰাখি নিজকে হেৰুৱাই পেলাইছো তথাপিও কাকো সন্তুষ্ট কৰিব নোৱাৰিলোঁ..!! শুভ ৰাতি জনালোঁ সকলোকে 🌃💤😴
#শুভৰাতি Manju Majumdar

সু প্ৰভাত 🌞🌈🎉 #সুপ্ৰভাত      ゚viralシalシ   Manju Majumdar
30/11/2025

সু প্ৰভাত 🌞🌈🎉
#সুপ্ৰভাত


゚viralシalシ

Manju Majumdar

সুন্দৰ দিনৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ 🌞💛🌈 #সুপ্ৰভাত         Manju Majumdar
29/11/2025

সুন্দৰ দিনৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ 🌞💛🌈
#সুপ্ৰভাত




Manju Majumdar

📌দিনটো মঙ্গল কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ ।গংগাৰ পুত্ৰ ভীষ্মইও তেওঁৰ কৰ্মৰ পৰিণামৰ পৰা সাৰি যাব নোৱাৰিলে আৰু আপুনি ভা...
28/11/2025

📌দিনটো মঙ্গল কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ ।গংগাৰ পুত্ৰ ভীষ্মইও তেওঁৰ কৰ্মৰ পৰিণামৰ পৰা সাৰি যাব নোৱাৰিলে আৰু আপুনি ভাবিছে যে কেৱল গংগাত গা স্নান কৰিলেই আপোনাৰ পাপ ধুই যাব।🙏🌅🌴
#সুপ্ৰভাত


゚viralシalシ

Manju Majumdar

📌প্ৰথমেই কওঁ যে কাকো dedicated কৰি কোৱা নাই কিন্তু যি লিখিছো সেইখিনি এবাৰ পঢ়ক ! - কেতিয়াবা মোৰ আচৰণত যদি কিবা অস্বাভাৱি...
27/11/2025

📌প্ৰথমেই কওঁ যে কাকো dedicated কৰি কোৱা নাই কিন্তু যি লিখিছো সেইখিনি এবাৰ পঢ়ক ! - কেতিয়াবা মোৰ আচৰণত যদি কিবা অস্বাভাৱিকতা দেখা পায়, তেতিয়া বুজিব যে সমস্যাটো আপোনাৰ পৰাই আৰম্ভ হৈছিল । - যদি মই আপোনাৰ লগত আগতকৈ কম কথা পাতো, তেন্তে বুজিব যে আপোনাৰ কথা বা ব্যৱহাৰে মোক বহুত কষ্ট দিছে । - আপোনাৰ প্ৰতি যদি মোৰ আকৰ্ষণ কমি যায় তেতিয়া বুজিব আপোনাৰ স্বাৰ্থপৰতাই মোক বহুবাৰ আঘাত কৰিছে । - যদি আগৰ দৰে আপোনাৰ লগত মিলিব পৰা নাই, তেন্তে বুজিব আপুনি মোক দিয়া আঘাত আজিও পাহৰা নাই । -আপুনি যদি দেখিছে যে মই আপোনাৰ লগত কেতিয়াবা বেয়া আচৰণ কৰাটো বাধ্যতামূলক নাছিল, কিন্তু এতিয়া সলনি যেন লাগিছে তেতিয়া আপুনি বুজিব যে আপোনাৰ চৰম অসৎ আচৰণৰ বাবে মোৰ ভদ্ৰতা নাইকিয়া হৈ গৈছে । 🤔💭👀





Manju Majumdar

দিনটো মঙ্গল কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ। প্ৰভু ভগৱন্তই সকলোৰে কৃপা কৰক কৃষ্ণ 🌞🌈🙏 #সুপ্ৰভাত         Manju Majumdar
27/11/2025

দিনটো মঙ্গল কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ। প্ৰভু ভগৱন্তই সকলোৰে কৃপা কৰক কৃষ্ণ 🌞🌈🙏
#সুপ্ৰভাত



Manju Majumdar

সুন্দৰ দিনৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ।যি ঠাইত সুখ হেৰুৱাইছিলা সেই ঠাইতে সুখ বিচৰি থাকিলে কেতিয়াও সুখ পোৱা নাযায় ...
26/11/2025

সুন্দৰ দিনৰ কামনাৰে সকলোকে সু প্ৰভাত জনালোঁ।যি ঠাইত সুখ হেৰুৱাইছিলা সেই ঠাইতে সুখ বিচৰি থাকিলে কেতিয়াও সুখ পোৱা নাযায় 🌞💛🌈🎉
#সুপ্ৰভাত




Manju Majumdar

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Manju Majumdar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Manju Majumdar:

Share

Category