Nu Ramjan BTR

Nu Ramjan BTR All India United Democratic Front
AIUDF KOKRAJHAR IT CELL

07/09/2026

'লাফিকুল ইছলামে ন্যায় পাবই লাগিব। আত্মসমর্পণ কৰা ৩ অভিযুক্তক এতিয়ালৈকে কিয় জেৰা চলাব নোৱাৰিলে CBI-এ। লাফিকুল ইছলামৰ ঘটনাৰ আঁৰত আছে নেকি ৰাজনৈতিক উদ্দেশ্য?' সৰৱ ABMSUৰ সভাপতি টাইছন হুছেইন।

03/09/2026

নগাও উপ-নিৰ্বাচনৰ AIUFDৰ সম্ভাব্য প্ৰাথা ৰেজাউল কৰিমৰ মন্তব্য

"মিয়াৰ ভোট মিয়াৰ পক্ষত থকাৰ আহ্বান ৰেজাউল কৰিমৰ"

"ভোটৰ স্বাৰ্থত নিজকে মিয়া ক'লে ৰেজাউল কৰিমে"



#ৰেজৌল কৰিমসৰকাৰ

26/08/2026

কংগ্ৰেছে AIUDFৰ হাইকমাণ্ড হ'বলৈ চেষ্টা কৰিছে। কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈ বিজেপিত নাযায় বুলি গেৰান্টি দিব পাৰিব নে বিৰোধী দলৰ দলপতিয়ে। নগাঁও লোকসভাৰ উপ নির্বাচনক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ৰেজাউল কৰিম সৰকাৰ

#সংবাদ আপডেট

#অসম

#নগাওঁ_অসম

#কংগ্ৰেছ



#আজমল

23/08/2026

AIDUF নির্বাচিত সভাত ভাষণ মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই

22/08/2026

Bodoruddin Ajmal

Kokrajhar vot gaon
20/08/2026

Kokrajhar vot gaon

19/08/2026

সাংবাদিক নিতুমণি শইকীয়াৰ

18/08/2026

মাত্র এটা পইতাচোৰাই কপাইছে হিমন্ত বিশ্বৰ নেতৃত্বাধীন বিজেপিৰ দুৰ্গ!
> প্ৰেছক্লাৱৰ ভিতৰত CJPৰ মাথো এজন সংবাদমেল সম্বোধনকাৰী!
> আৰু বাহিৰত একুৰিতকৈয়ো অধিক উচ্চপদস্থ আৰক্ষী বিষয়া!
> দিল্লীৰ যন্তৰ-মন্তৰত CJPৰ বৃহৎ জয়ৰ পাছত

14/08/2026

কংগ্ৰেছৰ মিত্ৰতাৰ আশাত চেঁচা পানী ঢালি শিৱসাগৰৰ পৰা নগাঁও লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা বদৰুদ্দিন আজমলৰ। ৰেজাউল কৰিম হ'ব AIUDFৰ প্ৰাৰ্থী। ভোেট বিভাজনৰ বাবে AIUDFয়ে প্রার্থী দিয়াৰ অভিযোগ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ।

06/08/2026

Address

Kokrajhar
Gauhati
783347

Telephone

+917099939624

Website

Alerts

Be the first to know and let us send you an email when Nu Ramjan BTR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nu Ramjan BTR:

Shortcuts

Share